10/09/2025
আজি সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্তশাসিত) হাজো আছু গোটৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় লগতে এখন নতুন পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয় ।
নতুনকৈ দায়িত্ব লাভ কৰা সভাপতি ভাতৃপ্ৰতিম চাহিল আখতাৰ আৰু সাধাৰণ সম্পাদক ভাতৃপ্ৰতিম অংকুৰজ্যোতি দাসলৈ আন্তৰিক শুভাশা ..💐💐