Jai Tara Yuvak Sangha

Jai Tara Yuvak Sangha It's a youth club.

জয় তাৰাঁ যুৱক সংঘ আৰু erclens.com সহযোগত আজি দেওবাৰ ২ জুলাই ২৩ তাৰিখে বিনামুলীয়া চকু পৰিক্ষা কৰা হয় । সকলোৱে সহায় সহযোগি...
02/07/2023

জয় তাৰাঁ যুৱক সংঘ আৰু erclens.com সহযোগত আজি দেওবাৰ ২ জুলাই ২৩ তাৰিখে বিনামুলীয়া চকু পৰিক্ষা কৰা হয় । সকলোৱে সহায় সহযোগিতা কৰা বাবে ধন্যবাদ 🙏 ।

মহা শিৱৰাত্ৰি উদযাপন।তাৰিখ - ১৮/০২/২০২৩
19/02/2023

মহা শিৱৰাত্ৰি উদযাপন।
তাৰিখ - ১৮/০২/২০২৩


স্বাস্থ্য বিভাগৰ ফালৰ পৰা আজি তৃতীয় পালি কভিড প্ৰতিষেধক (vaccine) দিয়াৰ ব্যৱস্থা কৰা হৈছে।আপোনালোকে আহি নিজৰ নিজৰ প্ৰত...
30/08/2022

স্বাস্থ্য বিভাগৰ ফালৰ পৰা আজি তৃতীয় পালি কভিড প্ৰতিষেধক (vaccine) দিয়াৰ ব্যৱস্থা কৰা হৈছে।
আপোনালোকে আহি নিজৰ নিজৰ প্ৰতিষেধক (Vaccine) গ্ৰহণ কৰিব পাৰিব 🙏।
ধন্যবাদ প্ৰতিজন কৃতপক্ষ আৰু কৰ্মীবৃন্দ।

15/08/2022

৭৬ তম স্বাধীনতা দিবস উদযাপনৰ কিছু সুন্দৰ মহুৰ্ত।
প্ৰতিজন ভাৰতীয়ক আজিৰ এই পবিত্ৰ দিনৰ শুভ ক্ষণত স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


৭৬ তম স্বাধীনতা দিবস উদযাপনৰ কিছু আলোকচিত্ৰ। প্ৰতিজন ভাৰতীয়ক আজিৰ এই পবিত্ৰ দিনৰ শুভ ক্ষণত স্বাধীনতা দিৱসৰ বহুত বহুত শু...
15/08/2022

৭৬ তম স্বাধীনতা দিবস উদযাপনৰ কিছু আলোকচিত্ৰ।
প্ৰতিজন ভাৰতীয়ক আজিৰ এই পবিত্ৰ দিনৰ শুভ ক্ষণত স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


অহাকালি সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিলো 🙏
14/08/2022

অহাকালি সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিলো 🙏

প্ৰতেকৰ ঘৰৰ পৰা ১৫ বছৰৰ তলৰ লৰা আৰু ছোৱালীক প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব অনুৰোধ জনালোঁ 🙏l
06/08/2022

প্ৰতেকৰ ঘৰৰ পৰা ১৫ বছৰৰ তলৰ লৰা আৰু ছোৱালীক প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব অনুৰোধ জনালোঁ 🙏l

🚩  #ওঁ_নমঃ_শিবায়.🚩সকলোকে  #মহা_শিবৰাত্রিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
01/03/2022

🚩 #ওঁ_নমঃ_শিবায়.🚩
সকলোকে #মহা_শিবৰাত্রিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।



01/03/2022

🚩 #ওঁ_নমঃ_শিবায়.🚩
সকলোকে #মহা_শিবৰাত্রিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।



Address

Narengi, 2 No Kenduguri
Guwahati
781026

Telephone

+919957515400

Website

Alerts

Be the first to know and let us send you an email when Jai Tara Yuvak Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jai Tara Yuvak Sangha:

Share