Asom Chatra Parishad, Arya Vidyapeeth College Unit

Directions

Asom Chatra Parishad, Arya Vidyapeeth College Unit নৱজাগৰণৰ বাবে ছাত্ৰ!

11/08/2026

আজি আমাৰ মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আমাৰ প্ৰতিনিধি জোনাক প্ৰতীম বৰঠাকুৰে মতবিনিময় কৰে। শিক্ষাৰ্থীসকলৰ এই নতুন যাত্ৰাই সমাজখনক অধিক গতিশীল কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আটাইলৈ শুভেচ্ছা আৰু শুভকামনা!

স্বাগত স্বাগত সতীৰ্থ..আজি অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ তৰফৰ পৰা প্ৰথম ষান্মাসিকৰ নৱাগত ছাত্ৰ-ছা...
10/08/2026

স্বাগত স্বাগত সতীৰ্থ..

আজি অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ তৰফৰ পৰা প্ৰথম ষান্মাসিকৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱা হয়।

স্বাগত স্বাগত সতীৰ্থ..ৰাজ‍্যৰ অগ্ৰণী শিক্ষানুষ্ঠান, ঐতিহ‍্যমণ্ডিত আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়লৈ প্ৰতিগৰাকী নৱাগতক আদ...
10/08/2026

স্বাগত স্বাগত সতীৰ্থ..

ৰাজ‍্যৰ অগ্ৰণী শিক্ষানুষ্ঠান, ঐতিহ‍্যমণ্ডিত আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়লৈ প্ৰতিগৰাকী নৱাগতক আদৰিছোঁ!

বানপীড়িত ৰাইজৰ সহায়ৰ বাবে অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ্যাপীঠ মহাবিদ‍্যালয় গোটৰ উদ্যোগত আয়োজিত হোৱা 'সাহায্য সংগ্ৰহ কাৰ্...
05/08/2026

বানপীড়িত ৰাইজৰ সহায়ৰ বাবে অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ্যাপীঠ মহাবিদ‍্যালয় গোটৰ উদ্যোগত আয়োজিত হোৱা 'সাহায্য সংগ্ৰহ কাৰ্যসূচী'ৰ ধনৰাশি আজি আমাৰ প্ৰতিনিধি জোনাক প্ৰতীম বৰঠাকুৰে আনুষ্ঠানিকভাৱে ‘মৃগা ফাউণ্ডেশ্বন’ৰ প্ৰতিনিধিৰ হাতত অৰ্পণ কৰে।

অহা ৯ আগষ্টত ‘মৃগা ফাউণ্ডেশ্বন’ৰ দলটোৱে বানবিধ্বস্ত অঞ্চললৈ গৈ এই সাহায্য বিতৰণ কৰিব। এই পবিত্ৰ কাৰ্যত সহায় কৰা সদৌটিলৈ কৃতজ্ঞতা।

মানুহে মানুহৰ বাবে...অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ উদ‍্যোগত আৰু মৃগা ফাউণ্ডেশ্বনৰ সহযোগত - উজনি ...
01/08/2026

মানুহে মানুহৰ বাবে...

অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ উদ‍্যোগত আৰু মৃগা ফাউণ্ডেশ্বনৰ সহযোগত - উজনি অসমৰ বন‍্যাৰ্তসকলৰ বাবে সাহায‍্য সংগ্ৰহ কাৰ্যসূচী।

আজি অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ দ্বাৰা আপোন মহাবিদ‍্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বন্তি প্ৰজ্...
29/07/2026

আজি অসম ছাত্ৰ পৰিষদ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় গোটৰ দ্বাৰা আপোন মহাবিদ‍্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয়।

জ্ঞান প্ৰদীপৰ শিখাত কঁপিছেমহাসাধনাৰ গীত;প্ৰজ্ঞা ধৃতিৰ ভেটিত জিলিকেআৰ্য‍্য বিদ‍্যাপীঠ..আপোন মহাবিদ‍্যালয়খনৰ প্ৰতিষ্ঠা দিৱ...
29/07/2026

জ্ঞান প্ৰদীপৰ শিখাত কঁপিছে
মহাসাধনাৰ গীত;
প্ৰজ্ঞা ধৃতিৰ ভেটিত জিলিকে
আৰ্য‍্য বিদ‍্যাপীঠ..

আপোন মহাবিদ‍্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ আটাইলৈ শুভেচ্ছা আৰু শুভকামনা!

Address

Arya Vidyapeeth College
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Asom Chatra Parishad, Arya Vidyapeeth College Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share