28/08/2026
গুৰুত্বপূৰ্ণ জাননী
Nilima Foundation য়ে আজি অনুষ্ঠিত সিদ্ধান্ত অনুসৰি, ফাউণ্ডেশ্যনৰ সৈতে নতুনকৈ দুজন Trustee সংযোজন কৰা হৈছে। লগতে ফাউণ্ডেশ্যনৰ কাৰ্যকলাপক অধিক সু-সংগঠিত আৰু বিস্তৃত কৰাৰ উদ্দেশ্যে এটা নতুন Objective-ও সংযোজন কৰা হৈছে।
এই নতুন সংযোজনসমূহে নীলিমা ফাউণ্ডেশ্যনৰ আগন্তুক যাত্ৰাক অধিক শক্তিশালী আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আমি আশাবাদী।
সকলোৰে সহযোগিতা আৰু শুভকামনা কামনা কৰিলোঁ। 🙏
CMO Assam