CYSS Assam

CYSS Assam Official Page of Chhatra Yuva Sangram Samiti, Assam.

আম আদমি পাৰ্টীৰ আদৰ্শগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (CYSS) বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু CYSS অসম ৰাজ্যিক সমি...
19/01/2025

আম আদমি পাৰ্টীৰ আদৰ্শগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (CYSS) বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু CYSS অসম ৰাজ্যিক সমিতিৰ সহযোগত অহা ২৬ জানুৱাৰী,গণতন্ত্ৰ দিৱস উপল্যক্ষে সদৌ অসম ভিত্তিত অনলাইন (online) ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

ৰচনাসমূহ লিখি ২৮ জানুৱাৰী ২০২৫ ইং তাৰিখৰ আগতেই তলত দিয়া নম্বৰসমূহত PDF বনাই প্ৰেৰণ কৰক।

"আপ" চৰকাৰে মুকলি কৰিলে আন এখন বিশ্বমানৰ চৰকাৰী বিদ্যালয়...আজি কিৰাৰীৰ প্ৰেম নগৰত ৩৭ টা শ্ৰেণীকোঠা, ৮ টা হাই-টেক লেব, ল...
06/01/2025

"আপ" চৰকাৰে মুকলি কৰিলে আন এখন বিশ্বমানৰ চৰকাৰী বিদ্যালয়...

আজি কিৰাৰীৰ প্ৰেম নগৰত ৩৭ টা শ্ৰেণীকোঠা, ৮ টা হাই-টেক লেব, লাইব্ৰেৰী, লিফ্ট ইত্যাদি সকলো আধুনিক সা-সুবিধাৰে সু-সজ্জিত এখন অসাধাৰণ বিদ্যালয় দিল্লীৰ ল'ৰা-ছোৱালী সকলৰ বাবে উচৰ্গা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অতিশী Atishi ডাঙৰীয়ানীয়ে।

সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ সপোন লৈ মানুহ যায় দিল্লীলৈ। যদি কোনো এজন নেতাই এই সপোন বুজি পাইছে তেন্তে সেয়া হ’ল Arvind Kejriwal অৰবিন্দ কেজৰিৱাল, যিয়ে যোৱা ১০ বছৰত দিল্লীৰ প্ৰতিটো শিশুৰ বাবে উৎকৃষ্ট শিক্ষাৰ ব্যৱস্থা কৰিছে।

এতিয়া দিল্লীৰ জনসাধাৰণে আকৌ এবাৰ এই শিক্ষা বিপ্লৱ আগন্তুক ৫ বছৰলৈ অব্যাহত ৰখাৰ সুযোগ লাভ কৰিছে আৰু পুনৰবাৰ নিজৰ সন্তানৰ ভৱিষ্যত গঢ় দিয়া চৰকাৰ এখন বাছি লোৱাৰ সুযোগ পাইছে।

'হে নতুন! নমস্কাৰযুগে যুগে আহ তইদেশে দেশে হাঁহ তইভোঁহাৰি-বিদাৰি-ফালি পুৰণি সংস্কাৰহে নতুন! নমস্কাৰ।'সমূহ দেশবাসী তথা অসম...
31/12/2024

'হে নতুন! নমস্কাৰ
যুগে যুগে আহ তই
দেশে দেশে হাঁহ তই
ভোঁহাৰি-বিদাৰি-ফালি পুৰণি সংস্কাৰ
হে নতুন! নমস্কাৰ।'

সমূহ দেশবাসী তথা অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। নববর্ষই সকলোৰে বাবে কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, সুখ আৰু আশাৰ বতৰা।
সকলোৱে জীবন মংগলময় হওক।

ছাত্র যুৱ সংগ্ৰাম সমিতি (CYSS) অসমৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ তত্বাবধায়ক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিব্যজ্য...
29/12/2024

ছাত্র যুৱ সংগ্ৰাম সমিতি (CYSS) অসমৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ তত্বাবধায়ক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিব্যজ্যোতি কুলি ডাঙৰীয়া লৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।

সদায় সুস্থ থাকক, দীৰ্ঘায়ূ হওঁক, তাৰেই কামনাৰে..
Dibyajyoti Kuli

ছাত্র যুৱ সংগ্রাম সমিতি অসমৰ অনুমোদন মর্মে বঙাইগাওঁ জিলাৰ জিলা সমিতিখন গঠন কৰা হয়, কমিটিখনত নতুনকৈ দায়িত্ব লাভ কৰা প্ৰতি...
28/12/2024

ছাত্র যুৱ সংগ্রাম সমিতি অসমৰ অনুমোদন মর্মে বঙাইগাওঁ জিলাৰ জিলা সমিতিখন গঠন কৰা হয়, কমিটিখনত নতুনকৈ দায়িত্ব লাভ কৰা প্ৰতিগৰাকী সংগ্ৰামী সতীৰ্থলৈ CYSS অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।

Aam Aadmi Party Assam

লোক-সংগীতৰ শিল্পী, পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীক CYSS অসমৰ তৰফৰ পৰা স্মৃতিদিৱসত শ্রদ্ধাৰে সুঁৱৰিছোঁ।
27/12/2024

লোক-সংগীতৰ শিল্পী, পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীক CYSS অসমৰ তৰফৰ পৰা স্মৃতিদিৱসত শ্রদ্ধাৰে সুঁৱৰিছোঁ।

নতুন ৰাজনীতিৰ মহান পৰিচয় ❤️Arvind Kejriwal
27/12/2024

নতুন ৰাজনীতিৰ মহান পৰিচয় ❤️

Arvind Kejriwal

শ্ৰদ্ধাঞ্জলিদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।  তেওঁৰ নেতৃত্ব আৰু অৰ্থনৈতিক সংস্...
26/12/2024

শ্ৰদ্ধাঞ্জলি
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ নেতৃত্ব আৰু অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিক এক নতুন দিশ দিলে। তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। CYSS অসমৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।।

24/12/2024
ছাত্র যুৱ সংগ্রাম সমিতি অসমৰ অনুমোদন মর্মে লখিমপুৰ জিলাৰ জিলা কমিটি গঠন কৰা হয়, কমিটিত দায়িত্ব লাভ কৰা প্ৰতিগৰাকী সদস্যল...
21/12/2024

ছাত্র যুৱ সংগ্রাম সমিতি অসমৰ অনুমোদন মর্মে লখিমপুৰ জিলাৰ জিলা কমিটি গঠন কৰা হয়, কমিটিত দায়িত্ব লাভ কৰা প্ৰতিগৰাকী সদস্যলৈ CYSS অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।

ছাত্র যুৱ সংগ্ৰাম সমিতি অসমৰ অনুমোদন মর্মে ধুবৰী জিলাৰ আহ্বায়ক কমিটি গঠন কৰা হয় । আহ্বায়ক কমিটিত দায়িত্ব লাভ কৰা প্ৰতিগৰ...
21/12/2024

ছাত্র যুৱ সংগ্ৰাম সমিতি অসমৰ অনুমোদন মর্মে ধুবৰী জিলাৰ আহ্বায়ক কমিটি গঠন কৰা হয় । আহ্বায়ক কমিটিত দায়িত্ব লাভ কৰা প্ৰতিগৰাকী সদস্যলৈ CYSS অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, অসমৰ জিলা সমিতিসমূহ গঠনাৰ্থে আৰু সাংগঠনিক ভেঁটি মুজবুত কৰাৰ উদ্দেশ্যে CYSS অসমে এক জিলা ভিত্তিক...
17/12/2024

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, অসমৰ জিলা সমিতিসমূহ গঠনাৰ্থে আৰু সাংগঠনিক ভেঁটি মুজবুত কৰাৰ উদ্দেশ্যে CYSS অসমে এক জিলা ভিত্তিক তত্বাৱধায়ক কমিটিৰ ঘোষণা কৰে।

Address

Ganeshguri SM Complex
Guwahati
781004

Alerts

Be the first to know and let us send you an email when CYSS Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CYSS Assam:

Share