Indian Students' Organisation ISO

Indian Students' Organisation ISO Indian Student Organisation (ISO) is an organization for the rights of the students, for the freedom of the students, for the welfare of the students & Youth.

যোৱাকালি আমি মৰিয়নী আৰু শিৱসাগৰৰ বানপীড়িত লোকসকলৰ কাষত থিয় হৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। ...
02/08/2026

যোৱাকালি আমি মৰিয়নী আৰু শিৱসাগৰৰ বানপীড়িত লোকসকলৰ কাষত থিয় হৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। দুৰ্যোগৰ এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় হ'ব পৰাটো আমাৰ বাবে এক দায়িত্ব আৰু মানৱীয় কৰ্তব্য।

01/08/2026

Ready and prepared for tomorrow’s flood relief programme. Every packet packed carries a little hope, care, and solidarity. Together, we stand with the flood-affected families of Sivsagar Assam. ❤️🙏

Assam is remembered during elections but forgotten during floods.Today we have submitted a letter to Hon'ble PM  demandi...
26/07/2026

Assam is remembered during elections but forgotten during floods.
Today we have submitted a letter to Hon'ble PM demanding immediate declaration of Assam floods as a National Disaster and a permanent flood management policy.
Assam deserves justice, not promises.

Narendra Modi

গুৱাহাটীৰ মালিগাঁৱত কৃত্ৰিম বানত উটি গৈ অকাল মৃত্যুক সাবটি ল’লে ধাৰাপুৰৰ পায়েল নাথপায়েল নাথ ডাঙৰীয়ানীলৈ আমি শ্ৰদ্ধাঞ্জলি...
20/04/2026

গুৱাহাটীৰ মালিগাঁৱত কৃত্ৰিম বানত উটি গৈ অকাল মৃত্যুক সাবটি ল’লে ধাৰাপুৰৰ পায়েল নাথ

পায়েল নাথ ডাঙৰীয়ানীলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ

সকলোকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️‍🩹
15/04/2026

সকলোকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️‍🩹

পবিত্ৰ ঈদ ৰ সকলোকে শুভেচ্ছা জনালোঁ 🙏
21/03/2026

পবিত্ৰ ঈদ ৰ সকলোকে শুভেচ্ছা জনালোঁ 🙏

আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️‍🩹🤞
08/03/2026

আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️‍🩹🤞

হোলী ৰ সকলোকে শুভেচ্ছা জনালোঁ 🤞❤️‍🩹
03/03/2026

হোলী ৰ সকলোকে শুভেচ্ছা জনালোঁ 🤞❤️‍🩹

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়া ৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন ।
22/02/2026

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়া ৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন ।

Address

H/no/47, Bhagaduttapur, Beltola, Guwahati/28
Guwahati
781028

Alerts

Be the first to know and let us send you an email when Indian Students' Organisation ISO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share