05/09/2026
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
তস্মৈ শ্ৰীগুৰুৱে নমঃ ৷৷
গুৰু পূৰ্ণিমাৰ শুভ মুহূৰ্তত আপোনালোকৰ আশীৰ্বাদ বিচাৰি সেৱা জনালো ৷
১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত তামিলনাডুত তিৰুতানিত জম্ম গ্ৰহণ কৰা ভাৰতৰত্ন সন্মানেৰে সন্মানিত দাৰ্শনিক শিক্ষাবিদ তথা ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড: সৰ্বপল্লী ৰাধাকৃষনৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজি এই পৱিত্রক্ষণত তেখেতৰ লগতে সমগ্ৰ শিক্ষক সমাজকে শ্ৰদ্ধাৰে সুৱৰিছো ধন্যবাদ |
জয় আই অসম
゚