Baagmi Foundation

Baagmi Foundation BAAGMI FOUNDATION is an Educational and Socio-Economic organisation registered under SR Act XXI of 1860.

15/04/2026
World Environment Day 2025
06/06/2025

World Environment Day 2025

আজি ইংৰাজী ৫ নবেম্বৰ ২০২৪ তাৰিখে ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ত্ৰয়োদশ মৃত্যু তিথি আৰু ভাষা গৌৰৱ সপ্তাহ  উপলক...
05/11/2024

আজি ইংৰাজী ৫ নবেম্বৰ ২০২৪ তাৰিখে ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ত্ৰয়োদশ মৃত্যু তিথি আৰু ভাষা গৌৰৱ সপ্তাহ উপলক্ষে বাগ্মী ফাউণ্ডেচনে বেলতলা বনগাঁওস্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰিজেন্টছ একাডেমী অৱ নৰ্থ ইষ্টত এখনি, ঠাইতে লিখা ৰচনা প্রতিযোগিতা অনুস্থিত কৰে লগতে সুধাকণ্ঠ শিল্পী গৰাকীলৈ শ্রদ্ধা নিবেদন কৰে। সুধাকণ্ঠৰ অমৰ সৃষ্টি "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সমস্বৰে পৰিবেশন কৰি ব্যক্তিগৰাকীক স্মৰণ কৰে।

Address

Bongoan Near Beltola College
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Baagmi Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share