ABVP Brahmaputra District - Guwahati Central

ABVP Brahmaputra District - Guwahati Central Knowledge, character, unity - the guiding principles of ABVP Central Guwahati.

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী কৰ্মাচ কলেজ গোটৰ দ্বাৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সকলক স...
15/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী কৰ্মাচ কলেজ গোটৰ দ্বাৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ABVP Assam
ABVP Guwahati

গুৱাহাটী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ ৭৮তম প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আয্য বিদ্যাপ...
13/07/2026

গুৱাহাটী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ ৭৮তম প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আয্য বিদ্যাপীঠ মহাবিদ্যালয় ABVP শাখাৰ উদ্যোগত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰায় ৩০০ গৰাকী HSLC আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক ‘পদ্মশ্ৰী বীৰুবালা ৰাভা শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা’ প্ৰদান কৰি সন্মানিত কৰা হয়।

অনুষ্ঠানত ABVP-ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কমলেশ সিং, অসম চৰকাৰৰ আবকাৰী বিভাগৰ উপায়ুক্ত আনন্দচন্দ্ৰ দাস, বিশিষ্ট শিক্ষাবিদ প্ৰীজা গোস্বামী, আয্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি গুজন ডেকা আৰু ABVP-ৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। অতিথিসকলে মেধাৱী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যৎ জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।

ABVP Assam
ABVP Guwahati
ABVP Arya Vidyapeeth College Unit

Address

Borthakur Mill Road
Guwahati
781021

Alerts

Be the first to know and let us send you an email when ABVP Brahmaputra District - Guwahati Central posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Brahmaputra District - Guwahati Central:

Shortcuts

Share