All Asom Jatiyatabadi Yuba Parishad

All Asom Jatiyatabadi Yuba Parishad সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ (স:অ:জা:যু:প:)(কেন্দ্ৰীয় সমিতি) (AAJYP) ALL ASOM JATIYATABADI YUBA PARISHAD (Central Commitee) সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ

20/06/2026
অসমীয়া সংস্কৃতিৰ পূজাৰী, জাতীয়তাবাদী, বিপ্লৱী শিল্পী  #কলাগুৰু_বিষ্ণুপ্ৰসাদ_ৰাভা দেৱৰ আজি পবিত্ৰ পূণ্যতিথি।      হে  মহা...
20/06/2026

অসমীয়া সংস্কৃতিৰ পূজাৰী, জাতীয়তাবাদী, বিপ্লৱী শিল্পী #কলাগুৰু_বিষ্ণুপ্ৰসাদ_ৰাভা দেৱৰ আজি পবিত্ৰ পূণ্যতিথি।
হে মহান শিল্পী গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ আৰু সমূহ অসমবাসী ৰাইজক "বিষ্ণু ৰাভা দিৱস''ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
॥ জয় আই অসম ॥

Pradip Barman Ramen Choudhury

18/06/2026
অসমৰ সাহিত্য, সংস্কৃতিৰ পথাৰখন সাৰুৱা কৰি ৰখা অন্যতম কাণ্ডাৰী সুন্দৰৰ পূজাৰী  #ৰূপকোঁৱৰ_জ্যোতিপ্ৰসাদ_আগৰৱালাদেৱ ৰ  জন্মজ...
17/06/2026

অসমৰ সাহিত্য, সংস্কৃতিৰ পথাৰখন সাৰুৱা কৰি ৰখা অন্যতম কাণ্ডাৰী সুন্দৰৰ পূজাৰী #ৰূপকোঁৱৰ_জ্যোতিপ্ৰসাদ_আগৰৱালাদেৱ ৰ জন্মজয়ন্তীৰ পৱিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

Ramen Choudhury Pradip Barman Gokul Das Sandeep Prasad Neog

চৰাইদেউত সমিতি গঠন।Ramen Choudhury Pradip Barman Gokul Das Sandeep Prasad Neog
14/06/2026

চৰাইদেউত সমিতি গঠন।

Ramen Choudhury Pradip Barman Gokul Das Sandeep Prasad Neog

🩸আজি  #বিশ্ব_ৰক্তদান_দিৱস, প্ৰতিগৰাকী ৰক্তদাতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি এই দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। #ৰক্তদান কৰক...
14/06/2026

🩸আজি #বিশ্ব_ৰক্তদান_দিৱস, প্ৰতিগৰাকী ৰক্তদাতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি এই দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
#ৰক্তদান কৰক জীৱন বচাওঁক
#ৰক্তদান মহান দান🩸

Ramen Choudhury Pradip Barman Gokul Das Sandeep Prasad Neog

১৯ জুনত সময়:- পুৱা ১০ বজাৰ পৰা ১ বজালৈ  #সদৌ_অসম_জাতীয়তাবাদী_যুৱ_পৰিষদ ৰ উদ্যোগত মথুৰাপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত  #বিনাম...
13/06/2026

১৯ জুনত সময়:- পুৱা ১০ বজাৰ পৰা ১ বজালৈ #সদৌ_অসম_জাতীয়তাবাদী_যুৱ_পৰিষদ ৰ উদ্যোগত মথুৰাপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত #বিনামূলীয়া_চকু_চিকিৎসা_শিবিৰ আয়োজন ।
( #চকু_মানব_শৰীৰৰ_বহুমূলীয়া_অঙ্গ)

Samiran Virudev Biswo Barik Madhusudhan.Nag Biswo Barik

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ.....
22/02/2026

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ.....

18/02/2026

সমূহ অসমবাসী ৰাইজলৈ আলি আ:য়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🎉💕👏💗

Address

Kharghuli, Ujjan Bazar
Guwahati

Website

Alerts

Be the first to know and let us send you an email when All Asom Jatiyatabadi Yuba Parishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share