Mahiyakhi Mahasati Joymati Smriti Trust Society Guwahati Assam

Mahiyakhi Mahasati Joymati Smriti Trust Society Guwahati Assam This page is about publicity of Mahiyakhi Mahasati joymoti Smriti Trust Society.

17/04/2026
Trust Foundation Day 28.03.23
14/09/2024

Trust Foundation Day 28.03.23

Dainik Janambhumi 9 Sept'2024
09/09/2024

Dainik Janambhumi 9 Sept'2024

মহীয়সী মহাসতী জয়মতী স্মৃতি ছোচাইটী, অসমৰ ৰূপালী জয়ন্তী বৰ্ষ উৎযাপন.....
08/09/2024

মহীয়সী মহাসতী জয়মতী স্মৃতি ছোচাইটী, অসমৰ ৰূপালী জয়ন্তী বৰ্ষ উৎযাপন.....

আজি জয়ানগৰস্থিত ছ্যুকাফা ভৱনত আগন্তুক সতী জয়মতী স্মৃতি ট্রাষ্ট চছাইটিৰ ৰৃপালী জয়ন্তী ৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ...
08/09/2024

আজি জয়ানগৰস্থিত ছ্যুকাফা ভৱনত আগন্তুক সতী জয়মতী স্মৃতি ট্রাষ্ট চছাইটিৰ ৰৃপালী জয়ন্তী ৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হবলগা " জয়মতী" নাটখনৰ বিভিন্ন চৰিত্রসমৃহৰ বাবে বিভিন্ন অভিনেতা-অভিনেত্রীৰ প্রাৰম্ভিক নির্বাচন প্রক্রিয়া আৰম্ভ কৰা হয় ! উদযাপন সমিতি কার্যকৰী সভাপতি অজয় কুমাৰ বৰগোহাঞিৰ সভাপতিত্বত অনুষ্ঠিত অনানুষ্ঠানিক সভাত অনিল সন্দিকৈ, ভোলা গোহাঁই, প্রমোদ বৰা, ৰুমা খাজখোৱা, বিনু বুঢ়াগোহাঞি, ডা: ৰুণু বৰবৰুৱা, পাৰুল বৰুৱা , ৰুবী বৰগোহাঞি, দেৱযানী দিহিংগীয়াকে ধৰি যথেষ্টসংখ্যক পুৰুষ মহিলা উপস্থিত আছিল ! বিশিষ্ট নাট পৰিচালক ৰণজীত সৃত্রধৰৰ দ্বাৰা মুঠ পয়ত্রিছটা চৰিত্রৰ বাবে শিল্পী নির্বাচন অনুষ্ঠিত কৰাৰ প্রক্রিয়া শুভাৰম্ভ কৰা হয় ! পৰৱর্তী পর্যায়ত শিল্পী নির্বাচন চৃডান্ত কৰা হব ! লগতে ৰিহার্চেলৰ স্থান আৰু সময় জনোৱা হব ! পৰিচালক সৃত্রধৰ মহোদয়ে আশাপ্রকাশ কৰে, আটাইৰে সহযোগত যথাসময়ত এখন সৰ্বাংগসুন্দৰ নাট দর্শকৰ সন্মুখত দাঙি ধৰিব পৰা হব !

০৭/০৯/২৪ তাৰিখে সতী জয়মতী স্মৃতি ট্ৰাষ্ট ছ’চাইটিৰ আগন্তুক ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ  উদযাপন সমিতিৰ স্মৰণিকা উপ-সমিত...
08/09/2024

০৭/০৯/২৪ তাৰিখে সতী জয়মতী স্মৃতি ট্ৰাষ্ট ছ’চাইটিৰ আগন্তুক ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ উদযাপন সমিতিৰ স্মৰণিকা উপ-সমিতিৰ এখনি সভা ৰুক্মিণীনগৰ ৰংগমঞ্চ প্ৰাংগনত অনুষ্ঠিত হৈ যায় ৷ ট্ৰাষ্টৰ সভাপতি ৰাজীৱ পানীফুকনে পৰিচালনা কৰা উক্ত সভাত ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ পাবলগীয়া “জয়মতী কুঁৱৰী” স্মৃতিগ্ৰন্থৰ ওপৰত আলোচনা কৰা হয় ৷ সভাই ট্ৰাষ্টৰ ইতিহাসৰ উপৰি শুদ্ধভাবে উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ বুৰঞ্জীভিত্তিক লেখাসমূহৰ বাবে বিষয়-বস্তু নিৰ্দ্ধাৰণ কৰি বিশিষ্ট লেখক-লেখিকাসকলৰ পৰা লেখা সংগ্ৰহ কৰাৰ ওপৰত মতামত পোষণ কৰে ৷ স্মৃতিগ্ৰন্থত অসমীয়া আৰু ইংৰাজী লেখাৰ দুটা ভাগ থাকিব ৷ ট্ৰাষ্টৰ ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা সভা-সমিতি, ঘটনা পৰিঘটনা আদিৰ ফটো স্মৃতিগ্ৰন্থত সন্নিৱিষ্ট কৰাৰ ওপৰতো সভাই গুৰুত্ব আৰোপ কৰি ফটোসমূহ সংগ্ৰহ কৰাৰ কথা উনুকিয়ায় ৷ স্মৃতিগ্ৰন্থখনি গৱেষণামূলক গ্ৰন্থ হিচাপে প্ৰকাশ কৰি উলিওৱাৰ কথা ব্যক্ত কৰি শুভেচ্ছাবাণীৰ বাবে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন দিয়াৰ কথা আলোচনা কৰা হয় ৷ স্মৃতিগ্ৰন্থৰ বাবে বিজ্ঞাপন বিচাৰি নানা অনুষ্ঠান- প্ৰতিষ্ঠানলৈ যোৱাৰ কথা আলোচনা কৰা হয় ৷ সভাত উপস্থিত থাকি বিজয়া দেৱদাস, উৎপলা বৰা, অনিল সন্দিকৈ, মীনা শইকীয়া, নয়নতৰা দত্ত, মঞ্জুলা ভট্টাচাৰ্য,বনশ্ৰী গগৈ, গীতাঞ্জলি পানীফুকন আৰু পাৰুল বৰুৱাই বক্তব্য আগবঢ়ায় ৷ সভাপতি ৰাজীৱ পানীফুকনে সকলোৰে সহায়- সহযোগিতা কামনা কৰি স্মৃতিগ্ৰন্থখনি সৰ্বাংগসুন্দৰ ৰূপত প্ৰকাশ কৰি উলিয়াবলৈ সকলোকে আহ্বান জনায় ৷

26 January 2024 Programme at Mahiyakhi Mahasati Joymati Smriti Trust Society Campus Lalmati Games Village
05/09/2024

26 January 2024 Programme at Mahiyakhi Mahasati Joymati Smriti Trust Society Campus Lalmati Games Village

General Meeting of Mahiyakhi Mahasati Joymati Smriti Trust Society for formation of Silver Jubilee Celebration Committee...
05/09/2024

General Meeting of Mahiyakhi Mahasati Joymati Smriti Trust Society for formation of Silver Jubilee Celebration Committee on 29.03.2024.

President- Rajiv Paniphukon
Working President- Ajoy Kr. Borgohain, Anil Kr. Handique
General Secretary- Banashree Gogoi etc.

Silver Jubilee Committee General Meeting was held on 17.08.24, Auditorium, Joymati Trust Society, Basistha
03/09/2024

Silver Jubilee Committee General Meeting was held on 17.08.24, Auditorium, Joymati Trust Society, Basistha

Address

Baikunthapur, Forest Road Basistha, Guwahati/29
Guwahati
781029

Website

Alerts

Be the first to know and let us send you an email when Mahiyakhi Mahasati Joymati Smriti Trust Society Guwahati Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share