15/07/2026
এটা নতুন পদক্ষেপৰ কথা চিন্তা কৰিছো।
লাহে লাহে সাধুবোৰ হেৰাই যাব ধৰিছে। কণ কণ শিশুবোৰে আজিকালি সাধু কথা নাজানে।আজৰি সময়ত বাহিৰা কিতাপ পঢ়া নিচা বোৰ ক্ৰমে হ্ৰাস পাইছে।
সেয়ে মনতে ভাবিলোঁ যে অহা আগষ্ট মাহৰ পৰা প্ৰায় ১০০খন চৰকাৰী বিদ্যালয়ত বিভিন্ন সাধু কথাৰ কিতাপ বিনামূলীয়াকৈ প্ৰদান কৰিম।
এই পদক্ষেপত কোনোবা সদায় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে আমাক সহায় কৰিব পাৰে।