Bharatiya Kisan Sangh Assam

Bharatiya Kisan Sangh Assam It is India’s Biggest Farmers Organization For the Farmers, by the Farmers and of the Farmers

পোহৰৰ উৎসৱ দীপাৱলীৰ চাকিৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই আমাৰ সমাজলৈ কঢ়িয়াই আনক শান্তি, ভাতৃত্ববোধ আৰু আনন্দ।ভাৰতীয...
20/10/2025

পোহৰৰ উৎসৱ দীপাৱলীৰ চাকিৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই আমাৰ সমাজলৈ কঢ়িয়াই আনক শান্তি, ভাতৃত্ববোধ আৰু আনন্দ।
ভাৰতীয় কিষাণ সংঘ অসম প্ৰদেশৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ দীপাৱালী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

তুলসীৰ তলে তলে মৃগ পহু চৰে।তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে ।।অসমবাসী ৰাইজলৈ বাপতিসাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপ...
18/10/2025

তুলসীৰ তলে তলে মৃগ পহু চৰে।
তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে ।।

অসমবাসী ৰাইজলৈ বাপতিসাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
🙏🏻

আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ আৰ যোশীয়ে নৱদ্বীপা এফ.পি.চি.  এই ভ্ৰমণৰ সময়ত ...
12/10/2025

আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ আৰ যোশীয়ে নৱদ্বীপা এফ.পি.চি. এই ভ্ৰমণৰ সময়ত নৱদ্বিপা এফ পি চিৰ অধ্যক্ষ তপন ডেকা ,পৰিচালন সঞ্চালক দীপ্তি বৰ্মন , এফ পি চিৰ গুৰু বিনয় চন্দ্ৰ বৰ্মন আৰু মুখ্য কাৰ্যবাহী বিষয়া ভাস্বতী কাশ্যপ উপস্থিত থাকে।

11/10/2025

Sonaram Bonia, a progressive farmer & Secretary, Bharatiya Kisan Sangh, Morigaon District, spoke about his journey from farmer to successful agripreneur at the Training-cum-Awareness Programme on Medicinal, Aromatic Plants and Floriculture held in Guwahati, organized by the Directorate of Medicinal and Aromatic Plants Research, Anand, Gujarat.

09/10/2025

পৰম পূজনীয় সংঘচালক ডাঃ মোহন ভাগৱতজীৰ কিষাণ সংঘৰ সম্পৰ্কে বক্তব্যৰ কিয়দংশ

09/10/2025

Present stock: 150 quintals of vermicompost (Kechu Sar). Place: Majuli. Mrs. Manju Phukan  along with her SHG, and other...
04/10/2025

Present stock: 150 quintals of vermicompost (Kechu Sar).
Place: Majuli.
Mrs. Manju Phukan along with her SHG, and other needy women are collectively producing vermicompost. If anyone is interested in purchasing, they may contact her directly.
Contact No - 6003477380

23/09/2025

অসমৰ জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ভাৰতীয় কিষাণ সংঘ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি কুৰচাৰ টিমুং ডাঙৰীয়াৰ বৃক্ষ ৰোপনেৰে শেষ শ্ৰদ্ধাঞ্জলি…

আহক আমি সকলোৱে প্ৰাণৰো প্ৰিয় শিল্পীজনালৈ বুলি গছপুলি এটি ৰোপন কৰি তেখেতক আমাৰ মাজত অমৰ কৰি ৰাখোঁ।

জয় জুবিন দা…

19/09/2025
13/09/2025

ভাৰতীয় কিষাণ সংঘৰ প্ৰত্যক্ষ সংপৃত্ততাত নলবাৰীৰ মধুপুৰ উন্নয়ণ খণ্ডৰ কৃষকক লৈ জন্ম হৈছে নৱদ্বীপ FPC। নৱদ্বীপ অন্যতম ফচল এই সৰিয়হ তেলৰ ক্ষুদ্ৰ উদ্যোগটো। এই উদ্যোগটোৱে বহু কেইগৰাকী কৃষকক প্ৰত্যক্ষ আৰু শতাধিকৰো অধিক লোকক পৰোক্ষ ভাবে সংস্থাপন দিৱলৈ সমৰ্থ হৈছে।
সম্পূৰ্ণ বিশুদ্ধ আৰু পৰিস্কাৰ ভাবে খাতি সৰিয়হৰ পৰা তেল উৎপাদন কৰি নৱদ্বীপ স্বাস্থ্য ৰক্ষাৰ দিশতো কাম কৰি আহিছে।
সৰিয়হ তেল পাইকাৰী আৰু খুচুৰাভাবে লাভ কৰিবলৈ যোগাযোগ কৰক: #নৱদ্বীপ FPC,কৈঠালকুছি,নলবাৰী(অসম)
যোগাযোগ: বিনয় বৰ্মন: 91010 36301

Address

KB Road, Paltan Bazar
Guwahati
781008

Alerts

Be the first to know and let us send you an email when Bharatiya Kisan Sangh Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bharatiya Kisan Sangh Assam:

Share

Bharatiya Kisan Sangh

Founded by India’s Eminent thinker Shri Dattopant ji Thengdi, Bharatiya Kisan Sangh is an organization of the Farmers of India aiming at the Holistic Development of the Farmers of India. It is the India’s Biggest Farmers Organization For the Farmers, by the Farmers and of the Farmers. BKS is the seldom organization in India which is not affiliated or connected with any Political motive, but was formed and is working solely for the up-liftment of the Farmers of India.

25 years ago in the year 1979, Res. Shri Dattopant ji Thengdi traveled through out the Country and collected around 650 representative Farmers of the Country and announced the Formation of Bharatiya Kisan Sangh as an organization For the Farmers, by the Farmers and of the Farmers. Now after these many years this organization has become the prime representative Association for the protection of the interest of the Farmers and farming associated workers of this Country. For more information on the B.K.S. kindly download the broacher in Hindi from here.

AIM & OBJECTIVE