15/10/2025
Zubeen Garg হে মহান শিল্পী তুমি অমৰ। তোমাৰ সৃষ্টি,তোমাৰ সুৰ , তোমাৰ গান কেতিয়াঁও শেষ হ’ব নোৱাৰে, শেষ হ’বলৈ নিদিও আমি। তোমাৰ সৃষ্টিৰাজীক জিয়াই ৰাখিৱলৈ “নৱ প্ৰভাত” সদায় বদ্ধপৰিকৰ হৈ থাকিব।
তুমি যে এজন ব্যক্তি নহয়, তুমি এটা সত্তা যি কেতিয়াও শেষ হ’ব নোৱাৰে।প্ৰতিজন অসমীয়াৰ মাজত চিৰ দিনৰ বাবে জীয়াই থাকিবা তুমি জুবিন দা।
তোমাৰ মৰমৰ “নৱ-প্ৰভাত” ৰ তৰফৰ পৰা তোমালৈ শ্ৰদ্ধাণ্জলী হিচাপে মৰণোত্তৰ ভাৱে অসমৰ সৰ্ব্বোচ্ছ বেচৰকাৰী *অসম প্ৰাণ বঁটা ২০২৫* প্ৰদান কৰা হ’ব অহা *৩০ নৱেম্বৰ ২০২৫* তাৰিখ দেওঁবাৰে অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত।আমাৰ দৃঢ় বিশ্বাস কায়িক ভাৱে নহলেও তুমি থাকিবা আমাৰ লগত সদায়।তোমালৈ বাট চাই ৰ’ম অ দাদা।🫂🫂🫂
🙏😓😥😓