Mahaveer Lachit Sena Axom

Mahaveer Lachit Sena Axom জাতীয় জীৱনৰ ইতিবাচক চিন্তাৰে মহাবীৰ লাচিত সেনা গঠন।
জয় আই অসম।
জয় মহাবীৰ লাচিত সেনা অসম।

আজি অনুষ্ঠিত হৈ যোৱা মহাবীৰ লাচিত সেনা অসম তৰফৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰ। স্থান- পল্টন বজাৰ গুৱাহাটী মহানগৰ সমিতি ধন...
18/03/2026

আজি অনুষ্ঠিত হৈ যোৱা মহাবীৰ লাচিত সেনা অসম তৰফৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰ।
স্থান- পল্টন বজাৰ
গুৱাহাটী মহানগৰ সমিতি ধন্যবাদ 🙏
জয় আই অসম জয় মহাবীৰ লাচিত সেনা অসম।

গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ।তাৰিখ ১৮/৩/২০২৬জয় আই অসম জয় মহাবীৰ লাচিত সেনা অসম
17/03/2026

গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ।
তাৰিখ ১৮/৩/২০২৬
জয় আই অসম জয় মহাবীৰ লাচিত সেনা অসম

মহাবীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
09/02/2026

মহাবীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

মহাবীৰ লাচিত সেনা অসম গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ 21.12.2025
21/12/2025

মহাবীৰ লাচিত সেনা অসম
গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
21.12.2025

কেন্দ্ৰীয়  লাচিত দিৱস  ২০২৫
14/12/2025

কেন্দ্ৰীয় লাচিত দিৱস ২০২৫

22/10/2025

মহাবীৰ লাচিত সেনা অসম তৰফৰ পৰা অসমৰ ভোটা তৰা অসমৰ সম্পদ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।
19/09/2025

মহাবীৰ লাচিত সেনা অসম তৰফৰ পৰা অসমৰ ভোটা তৰা অসমৰ সম্পদ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।

আমাৰ মহাবীৰ লাচিত সেনা অসম পৰিয়াল তৰফৰ  পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ।আজি আমাৰ অমুল্য সম্পদ এটি হেৰুৱালো।
19/09/2025

আমাৰ মহাবীৰ লাচিত সেনা অসম পৰিয়াল তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ।
আজি আমাৰ অমুল্য সম্পদ এটি হেৰুৱালো।

আজি গুৱাহাটী এ,টি , ৰোডত মহাবীৰ লাচিত সেনা অসমৰ উপ: মূখ্য কাৰ্যালয় শুভ উদ্বোধন
15/09/2025

আজি গুৱাহাটী এ,টি , ৰোডত মহাবীৰ লাচিত সেনা অসমৰ উপ: মূখ্য কাৰ্যালয় শুভ উদ্বোধন

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Mahaveer Lachit Sena Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share