23/07/2026
সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৬ জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া শাস্ত্ৰীয় কন্ঠ সংগীত, তবলা আৰু গজলৰ প্ৰতিযোগিতা খন সাময়িকভাৱে স্থগিত ৰখা হৈছে। প্ৰতিযোগিতাৰ নতুন তাৰিখ আৰু সময় পৰৱৰ্ত্তী সময়ত সকলোকে এই পেজতেই জনাই দিয়া হ'ব।
এই সাময়িক অসুবিধাৰ বাবে আমি অতিশয় দুঃখিত।
সকলো প্ৰতিযোগী, অভিভাৱক আৰু শুভাকাংক্ষীৰ সহযোগিতা আৰু সহানুভূতি আন্তৰিকতাৰে কামনা কৰিছো।
~ ব্ৰহ্মপুত্ৰ শাস্ত্ৰীয় সংগীত সমিতি