Pathik

Pathik Pathik : a socio cultural voluntary organization (NGO) with a motto to motivate people, save people and save the earth and the environment.

Work: Health & Cancer, Women Hygiene, Disability, Dead body cremation, Organ Donation, Sustainable Development Pathik is CSR, 80G , 12AA and RPWD, 2016 certified Organization.

শুভকামনা
07/02/2026

শুভকামনা

05/02/2026

আমাক আচৰিত কৰা 2026 চনৰ আৰু এটা খবৰ...
সংবাদ মাধ্যমৰ শীৰ্ষত থকা অন্যতম চেটেলাইট চেনেল াইভ_24


7 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত আয়োজন হ'ব লগীয়া
"সপ্তম প্ৰতিষ্ঠা দিৱস"ত
"অসম লাইভ সৰ্বোত্তম সাধন বটাঁ" ৰে সন্মান জনাব লগীয়া 5 জন ব্যক্তিৰ মাজত আমাৰ নামো ৰখাৰ বাবে "অসম লাইভ 24" ৰ পৰিয়াল লৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।🙏🙏🙏
এই সন্মানে আমাৰ আৰু #পথিক ৰ দায়িত্ব আৰু বেছিকৈ বঢ়াই দিলে।।।

https://www.facebook.com/reel/880046508155986

 #পথিক ৰ  #দেওবৰীয়া_বৰ্হি_বিভাগ ( ) ৰ আজি তৃতীয়টো দেওবাৰ....লগ পাম দেই একে সময় 10.30 AM একে ঠাইত ... ,   আজি আমাৰ সৈত...
02/11/2025

#পথিক ৰ
#দেওবৰীয়া_বৰ্হি_বিভাগ ( ) ৰ
আজি তৃতীয়টো দেওবাৰ....
লগ পাম দেই
একে সময় 10.30 AM
একে ঠাইত ...
,
আজি আমাৰ সৈতে থাকিব --





#পথিক
পথিক - আৰ্ত জনৰ কাষত আমি সদায়।
তথাপি কম...

Please, join us tomorrow....for our Grand Inauguration of  at  , Narengi19th October, 2025  , at 10.30 Am
18/10/2025

Please, join us tomorrow....
for our Grand Inauguration of

at , Narengi
19th October, 2025 , at 10.30 Am

Coming Soon.....Our SUNDAY OPDFree Consultation every Sunday for All...                       www.pathik.co.in
10/10/2025

Coming Soon.....
Our SUNDAY OPD
Free Consultation every Sunday for All...





www.pathik.co.in

Coming Soon.....
07/10/2025

Coming Soon.....

আজি কিছুদিনৰ পৰা মই পথিকৰ এটি নতুন প্ৰকল্পৰ বাবে ঘূৰি ফুৰি আছিলোঁ, এটি ঠিকনা বিচাৰি... যোগাযোগ কৰিছিলোঁ বহু ব্যক্তিক, বন...
23/08/2025

আজি কিছুদিনৰ পৰা মই পথিকৰ এটি নতুন প্ৰকল্পৰ বাবে ঘূৰি ফুৰি আছিলোঁ, এটি ঠিকনা বিচাৰি... যোগাযোগ কৰিছিলোঁ বহু ব্যক্তিক, বন্ধুক...
যোৱা তিনি সপ্তাহত একো যোগাত্মক খবৰ নেপাই, ভাগৰ আৰু দুখৰ বুজাই মোক ভাৰক্ৰন্ত কৰিছিল...
হঠাৎ, কালি সন্ধ্যা এটা পোহৰ দেখা পাই মনটো আকৌ ফৰকাল লাগিছে...
আহি আছে #পথিক পথিকৰ এক নতুন সংযোজন -
#দেওবৰীয়া_বৰ্হি_বিভাগ
অতি সোনকালে আৰম্ভ কৰিম পথিকৰ এই সংযোজন।
বহু এনে লোক আছে যি চিকিৎসাৰ নামত ভয় কৰে, টকাৰ অভাৱ, ডাক্তৰ বা কি কিয়, ইত্যাদি ইত্যাদি...
এই ৰ যোগেদি বহু এনে লোকে বিনামূল্যে আৰু নিৰ্ভয়ে চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰিব বিশিষ্ট চিকিৎসক সকলৰৰ পৰা ...
এই ৰ প্ৰথম পৰ্যায়ত থাকিব -
১. স্ত্ৰীৰোগ (Ghynae)
২. মধুমেহ (Diabetics)
৩. দন্ত (Dental)
৪. মনোৰোগ (Neuro Psychology)
৫. শিশু (Child)
আপোনালোকৰ আশীৰ্বাদ, সহায় আৰু সহযোগিতা আশা কৰিছোঁ।
যাতে পথিকৰ এই নতুন যাত্ৰাত সকলোকে সহায় আগবঢ়াব পাৰোঁ...
প্ৰথমে চিকিৎসকৰ পৰামৰ্শ, পাছলৈ পৰীক্ষা সমূহ 60% ৰেহাই আৰু বিনামূল্যে ঔষধ ব্যৱস্থা...
মাত্ৰ এটি সৰু পঞ্জীয়ন মাচুলেৰে এই সকলো কৰাৰ এটি সৰু প্ৰয়াস কৰিব বিচাৰিছোঁ, পথিকে...
#পথিক
Pathik FOLLOW TO FOLLOW ゚ ゚viralシfypシ゚viralシalシ
www.pathik.co.in

মহিলা স্বাস্থ্য আৰু স্বচ্ছতাৰ প্ৰকল্প  #শ্ৰীময়ী ৰ আধাৰত   DCB মহাবিদ্যালয়ৰ ছাত্ৰী সকলে যোৰহাটত মহাবিদ্যালয়ত নতুনকৈ আৰম...
04/07/2025

মহিলা স্বাস্থ্য আৰু স্বচ্ছতাৰ প্ৰকল্প #শ্ৰীময়ী ৰ আধাৰত DCB মহাবিদ্যালয়ৰ ছাত্ৰী সকলে যোৰহাটত মহাবিদ্যালয়ত নতুনকৈ আৰম্ভ কৰা ইণ্টাৰনছিপ প্ৰগ্ৰেমৰ অংশ হিচাবে বিভিন্ন মহিলাৰ মাজত সজাগতা আৰু fact-finding কৰাৰ মুহূৰ্তত সমূহ...

আমাৰ ছোৱালী কেইজনিয়ে কাম বোৰ বোৰ তৃপ্তিৰে কৰি আছে । নিৰ্দিষ্ট কৰি দিয়া ৰ কাম বোৰ বোৰ নিয়াৰিকৈ কৰি আছে।
দ্বীপশিখা, ৰিম্পি, ৰিজা, জয়শ্ৰী, ঋতু, প্ৰিয়ংকা, বৰ্ষা, জুলি, কল্পনা, মাধুৰী, ববিতা, নয়নমনি, প্ৰভা, ৰিকি, ঋতুষ্ণা হঁতৰ উৎসাহ দেখি ইমান ভাল লাগিছে...
ইহঁতৰ কাম বোৰ দেখি নিজে গতি পোৱা যেন লাগিছে।
এই প্ৰচণ্ড গৰম নেওচি ছোৱালী হ'তে ঘৰে ঘৰে গৈ বৰ নিষ্ঠাৰে কৰা দেখিছোঁ। ইহঁতৰ ভৱিষ্যতৰ গতিপথ উৰ্ধগামি হওঁক। কামনা কৰিলোঁ।
#পথিক ৰ মহিলা স্বাস্থ্য আৰু স্বচ্ছতাৰ প্ৰকল্প #শ্ৰীময়ী ৰ আধাৰত কৰা ইণ্টাৰনছিপ প্ৰগ্ৰেমৰ অংশ হিচাবে বিভিন্ন মহিলাৰ মাজত সজাগতা আৰু fact-finding কৰাৰ মুহূৰ্তত সমূহ...




- a project of Pathik
www pathik.co.in

Address

Guwahati
781006

Opening Hours

Monday 9:30am - 7pm
Tuesday 9:30am - 7pm
Wednesday 9:30am - 7pm
Thursday 9:30am - 7pm
Friday 9:30am - 7pm
Saturday 9:30am - 5pm

Telephone

9435091199

Alerts

Be the first to know and let us send you an email when Pathik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Pathik:

Share