Jnan Taranga 90 FM

Jnan Taranga 90 FM Jnan Taranga is the first community radio station of North East India

26/05/2026

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ
তত্বাৱধানত পৰিচালিত উত্তৰ-পূৱৰ প্ৰথমটি কমিউনিটি তথা সামূহিক অনাতাঁৰ সেৱা (ৰেডিঅ’) জ্ঞান তৰংগ "পুণ্যতীৰ্থ হাজো" বিশেষ অনুষ্ঠানত কথাবন্ধু ৰীতুৰ সৈতে হাজোৰ প্ৰাচীন কেদাৰনাথ মন্দিৰৰ সমীপত বাস কৰা বিশিষ্ট গায়ক তথা হাজো অঞ্চলৰ উপৰিও অসমৰ বিভিন্ন অঞ্চলত পূজা-পাতলৰ পবিত্ৰ কৰ্মত অংশগ্ৰহণ কৰা নয়ন শৰ্মা ডাঙৰীয়া ৷ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠানটিৰ কিয়দাংশ ৷
প্ৰসাৰণ=৫মে’ ২০২৬

22/05/2026

ৰেডিঅ' জ্ঞান তৰংগৰ ষ্টুডিঅ’ত মহিলা সৱলীকৰণৰ লগত সংগতি ৰাখি আগবঢ়োৱা কথা-গীত-মাতেৰে ভৰপূৰ এক বিশেষ অনুষ্ঠানত গুৱাহাটীৰ দক্ষিণ গাওঁ কাৰেং নগৰৰ কাৰেং নগৰ মহিলা সমিতিৰ বিষয়ববীয়াসকল কথাবন্ধু ৰীতুৰ সৈতে ৷@ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছিল—কল্পনা বৰগোহাঁই,পূৰ্ণিমা বুঢ়াগোঁহাই,অনিমা গগৈ,অমলা গগৈ,শশীপ্ৰভা বৰুৱা,স্বপ্না বৰগোহাঁই,বৰ্ণালী গগৈ,শান্তি গোঁহাই,সুখ শইকীয়া

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ...
22/05/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড°হিমাংশু কুমাৰ ছাৰ আৰু ড°পাপ্পু দাস ছাৰ৷ তেখেতসকলে গণিত পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷
প্ৰসাৰণ—১৫মে’২০২৬

20/05/2026

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ শিক্ষামূলক তথা বিদ্যায়তনিক অনুষ্ঠান— শিক্ষাবাৰ্তা ৷ এই বিশেষ খণ্ডটিত উপস্থিত আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চ’চিয়েল ৱৰ্ক বিভাগৰ সহকাৰী অধ্যাপক ড° মৃদুস্মিতা দুৱৰা বাইদেউ ৷
বিষয় = কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণৰ সুবিধা আৰু মুকচ্(MOOCS) সন্দৰ্ভত বিশেষ আলোচনা ৷আলোচনাটিৰ আঁত ধৰে কথাবন্ধু ৰীতুয়ে ৷
প্ৰসাৰণ=১৪মে’২০২৬ ৷
প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত আৰম্ভ কৰা ফোন ইন লাইভ এই অনুষ্ঠানটিত আপুনিও অংশগ্ৰহণ কৰিব পাৰে ৷ আমাৰ ফোন নম্বৰ— 8811016415. এই অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত— নামভৰ্তি,পাঠ্যবিষয়, শিক্ষাদান ব্যৱস্থা, ডিজিটেল মাধ্যম,পৰীক্ষাৰ সময়,আইকাৰ্ড,অধ্যয়ন কেন্দ্ৰ,শিকন সামগ্ৰী,পৰীক্ষাৰ ফলাফল, হোম এচাইনমেণ্ট, কৰ্চৱৰ্ক, কাউন্সেলিং আদিৰ লগত জড়িত সকলো তথ্য আগবঢ়োৱা হয় ৷ গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ
নাপাহৰিব ৷ শুণি থাকিব FM band ৰ 90 Mhz ত
উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমটো Community তথা সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা ৷

19/05/2026

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ শিক্ষামূলক তথা বিদ্যায়তনিক অনুষ্ঠান— শিক্ষাবাৰ্তা ৷ এই বিশেষ খণ্ডটিত উপস্থিত আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° ভাস্কৰ ভট্টাচাৰ্য ছাৰ ৷
বিষয় = কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণৰ সুবিধা আৰু মুকচ্(MOOCS) সন্দৰ্ভত বিশেষ আলোচনা ৷আলোচনাটিৰ আঁত ধৰে কথাবন্ধু ৰীতুয়ে ৷
প্ৰসাৰণ=৩০ এপ্ৰিল ২০২৬ ৷
প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত আৰম্ভ কৰা ফোন ইন লাইভ এই অনুষ্ঠানটিত আপুনিও অংশগ্ৰহণ কৰিব পাৰে ৷ আমাৰ ফোন নম্বৰ— 8811016415. এই অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত— নামভৰ্তি,পাঠ্যবিষয়, শিক্ষাদান ব্যৱস্থা, ডিজিটেল মাধ্যম,পৰীক্ষাৰ সময়,আইকাৰ্ড,অধ্যয়ন কেন্দ্ৰ,শিকন সামগ্ৰী,পৰীক্ষাৰ ফলাফল, হোম এচাইনমেণ্ট, কৰ্চৱৰ্ক, কাউন্সেলিং আদিৰ লগত জড়িত সকলো তথ্য আগবঢ়োৱা হয় ৷ গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ
নাপাহৰিব ৷ শুণি থাকিব FM band ৰ 90 Mhz ত
উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমটো Community তথা সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা ৷

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° হৰেকৃষ্ণ ডেকা ছাৰ৷ তেখেতে গণিত পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷ আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—২৪এপ্ৰিল২০২৬

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ড° টিঙ্কু ছেত্ৰী বাইদেউ আৰু সুৰভি চুতীয়া বাইদেউ ৷ তেখেতসকলে হিন্দী পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷ আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—২৪এপ্ৰিল২০২৬

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মাছ কমিউনিকেশ্যন বিভাগৰ অধ্যাপক প্ৰফেচৰ জয়ন্ত কুমাৰ শৰ্মা ছাৰ ৷ তেখেতে মাছ কমিউনিকেশ্যন পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷ আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—১০এপ্ৰিল২০২৬

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ড° উজ্জ্বল ডেকাবৰুৱা ছাৰ ৷ তেখেতে হিন্দী পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷ আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—১০এপ্ৰিল২০২৬

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° ভাস্কৰ ভট্টাচাৰ্য ছাৰ আৰু ড° তেজসা কলিতা বাইদেউ ৷ তেখেতসকলে MA 2nd Semester ৰ পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷ আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—৮এপ্ৰিল২০২৬

27/04/2026

ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ Academic Counselling অনুষ্ঠান "অনাতাঁৰ যোগে শিক্ষা"ত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কমাৰ্চ বিভাগৰ সহকাৰী অধ্যাপক ড° গীতা উপাধ্যায় বাইদেউ ৷ তেখেতে M.Com ৰ পাঠ্যক্ৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় ৷আলোচনাটিৰ কিয়দাংশ—
প্ৰসাৰণ—৮এপ্ৰিল২০২৬

Address

KKHSOU, Resham Nagar, Khanapara
Guwahati
781022

Alerts

Be the first to know and let us send you an email when Jnan Taranga 90 FM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jnan Taranga 90 FM:

Share