Wariors Kamrup Metro Dist Branch

Wariors Kamrup Metro Dist Branch Wariors Kamrup Metro Branch
under the supervision of the state wariors committee

যোৱা ৮ মাৰ্চ ২০২৬,  বিশ্ব নাৰী দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা সমিতিৰ ফালৰপৰা আয়োজন কৰা এক সম্বৰ্দ্ধনা অনুস্থানৰ কিছু দ...
30/03/2026

যোৱা ৮ মাৰ্চ ২০২৬, বিশ্ব নাৰী দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা সমিতিৰ ফালৰপৰা আয়োজন কৰা এক সম্বৰ্দ্ধনা অনুস্থানৰ কিছু দৃশ্য ।

(কাৰিকৰী অসুবিধাৰ বাবে পেজত আপলোড কৰা পলম হ'ল)।

দৰমহা মাহিলী - ১২০০০ ৰ পৰা ১৮০০০ টকা #আপুনি_যদি_মহিলা_আৰু_কোনো_উপাৰ্জনৰ_বাবে_নিয়োজন_বিচাৰি_আছে_তেন্তে_সুন্দৰ_সুযোগ    আ...
07/03/2026

দৰমহা মাহিলী - ১২০০০ ৰ পৰা ১৮০০০ টকা

#আপুনি_যদি_মহিলা_আৰু_কোনো_উপাৰ্জনৰ_বাবে_নিয়োজন_বিচাৰি_আছে_তেন্তে_সুন্দৰ_সুযোগ
আপোনাসবক জনাবলৈ পায় সুখী হৈছোঁ যে, অসমৰ আগশাৰীৰ তথা বৃহত্তম সামাজিক সংস্থা ৱাৰিয়ৰ্ছে মহিলা সৱলীকৰণ তথা নিয়োজনৰ উদ্দেশ্য আগত ৰাখি ১৮-৪৫ বছৰৰ মহিলাৰ বাবে আনিছে এক সোণালী সুযোগ। যাক কোৱা হয় GDA অৰ্থাৎ general duty assistant.
ৱাৰিয়ৰ্ছে আৰম্ভ কৰিবলৈ উলাইছে skill development ৰ অধীনত general nursing assistant ৰ বিনামূলীয়া প্ৰশিক্ষণ ও লগে লগে নিয়োজন। যাৰ দৰমহা 12000 ৰ পৰা 18000 টকা প্ৰতিমাহে।
তাৰবাবে আমাক তেনে ধৰণৰ প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন যি কিবা এটা উপাৰ্জনৰ পথ বিচাৰি আছে। প্ৰথমে ৭ দিনীয়া theory training হোৱাৰ পাছত, ২৩ দিনৰ প্ৰেক্টিকেল হব NOIDA, MUMBAI, DELHI ত। তালৈ যোৱা, থকা মেলা, খোৱা সকলো free । সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা পাছত nursing home, clinic, old age home আদিত প্ৰশিক্ষাৰ্থী সকলক নিয়োজিত কৰা হয়।
সেয়ে অকল প্ৰশিক্ষণ ল'লেই নহ'ব, placement ত যাবলৈ যদি সন্মত আৰু সাজু তেহে যেন যোগাযোগ কৰে। লগতে অভিভাৱকৰ সন্মতি বাধ্যতামূলক তথা প্ৰশিক্ষাৰ্থী সকলৰ safety ত বিশেষ ব্যৱস্থা লোৱা হ'ব।

সবিশেষ পাছলৈ বিতংভাৱে জনোৱা হ'ব।
বৰ্তমান এই প্ৰজেক্ট আৰম্ভ কৰা হৈছে বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট আৰু কাৰ্বি আংলংত। আপুনি এই জিলাৰ বাহিৰৰ হ'লেও প্ৰশিক্ষণ ল'ব পাৰিব উক্ত জিলা ৪ খনৰ যিকোনো এখনত।
তলৰ ফোন নং কেইটাত ইচ্ছুকসকলে whatsapp যোগে " GDA JOINING" বুলি whatsapp কৰিব। ফোন নকৰিব, কিয়নো শ শ ফোন ৰিছিভ কৰিব পৰাকৈ সময়ৰ অভাৱ। পাছলৈ এনেও ভাৰ্চুৱেলি সকলো বুজাই দিয়া হ'ব।
১। Biswanath district contact number (only WhatsApp)- 8638015140/6003814488,

2. Sonitpur district contact number (only WhatsApp)- 6000983741 / 6000180533

3. Golaghat district contact number (only WhatsApp)- 96787 69387/ 70864 66155 /91017 96379 /8453221049 / 91013 07464

4. Karbi aanglong district contact number (only WhatsApp)- 8638104361 / 8011711543

21/12/2025

Program: UM 2025: Distribution of Warm/Woollen Clothes, Blankets to Needy People
Date: 21 Dec, 2025
Location: Kamakhya Railway Station, Guwahati

UM 2025 was organised under the guidance of Wariors State Committee across various districts of Assam including Kamrup Metropolitan. Warm clothes and blankets for all age group were procured from willing donors and distributed among the needy and homeless people living in slums near the Kamakhya Railway Station, Maligaon area. Beneficiaries were homeless and railway platform dwellers, old and sick people, and people living in slums in dilapidated conditions. The timing of the distribution was of paramount importance and executed right before the peak winter wave of Guwahati. The beneficiaries could be seen happily choosing their best fit and a beam of bliss and gratitude radiated from their faces.

অসমৰ কেইবাখনো জিলাৰ লগতে ৱাৰিয়ৰ্ছ কামৰূপ মহানগৰ জিলাৰ পৰাও "উম" শীৰ্ষক কাৰ্যসূচীৰে বস্ত্ৰ বিতৰণ কৰা হয়।
21/12/2025

অসমৰ কেইবাখনো জিলাৰ লগতে ৱাৰিয়ৰ্ছ কামৰূপ মহানগৰ জিলাৰ পৰাও "উম" শীৰ্ষক কাৰ্যসূচীৰে বস্ত্ৰ বিতৰণ কৰা হয়।

  আমি অকল ন্যায় বিচাৰো।
21/10/2025



আমি অকল ন্যায় বিচাৰো।

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দালৈ  ৱাৰিঅৰ্চ কামৰূপ মহানগৰ জিলাৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি 🙏🙏🙏
21/09/2025

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দালৈ ৱাৰিঅৰ্চ কামৰূপ মহানগৰ জিলাৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি 🙏🙏🙏

কামৰূপ মহানগৰ জিলাৰ দ্বাৰা আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ সফল সামৰণি। ৯জুলাইৰ পৰা আৰম্ভ হোৱা এ...
26/07/2025

কামৰূপ মহানগৰ জিলাৰ দ্বাৰা আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ সফল সামৰণি।
৯জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখনিত বিভিন্ন বিষয়ৰ পাঠদানৰ লগতে নৃত্য গীত কবিতা আদি বিভিন্ন শিতানৰ ওপৰত পাঠদান কৰা হয়।

২৪ জুলাইত বিভিন্ন অনুষ্ঠানেৰে ইয়াৰ সফল সামৰণি হয়। শেষত প্ৰতিজন প্ৰশিক্ষাথিক একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয়।

৯ জুলাই ২০২৫ তাৰিখৰ পৰা হ'বলগা ৱাৰিঅৰ্ছ, কামৰূপ মহানগৰ জিলাৰ উদ্যোগত বিনামুলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আজি শুভ আৰম্...
09/07/2025

৯ জুলাই ২০২৫ তাৰিখৰ পৰা হ'বলগা ৱাৰিঅৰ্ছ, কামৰূপ মহানগৰ জিলাৰ উদ্যোগত বিনামুলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আজি শুভ আৰম্ভণি হৈ গ'ল। এই শিবিৰত এবাকাছ, ইংৰাজী গ্ৰামাৰ, সাধাৰণ জ্ঞান, হাতৰ আখৰ, আৰ্ট,কবিতা আবৃত্তিৰ লগতে ওমলা গীতকে ধৰি বিভিন্ন গীত মাত ছাত্ৰ -ছাত্ৰী সকলক শিকোৱা হ'ব। এই পাঠদান কাৰ্য্যসূচী অহা 23 জুলাইলৈ চলিব আৰু 24 জুলাইত সমাপন সমাৰোহেৰে গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰিব । জয় ৱাৰিয়ৰ্ছ✊

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
05/07/2025

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

ৱাৰিয়ৰ্চ কামৰূপ মহানগৰ জিলা সমিতিতাং -  ২৫-৬-২৫বিষয় - অম্বুবাচী মেলাত "পিয়াহৰ পানী" শীৰ্ষক বিনামূলীয়া পানী বিতৰণ কাৰ...
25/06/2025

ৱাৰিয়ৰ্চ কামৰূপ মহানগৰ জিলা সমিতি

তাং - ২৫-৬-২৫

বিষয় - অম্বুবাচী মেলাত "পিয়াহৰ পানী" শীৰ্ষক বিনামূলীয়া পানী বিতৰণ কাৰ্যসূচী।

যোৱা ইংৰাজী ২৪-৬-২৫ তাৰিখ মঙ্গলবাৰে গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটৰ সমীপত ৱাৰিয়ৰ্চ কামৰূপ মহানগৰ জিলাই অম্বুবাচী মেলা উপলক্ষে মা কামাখ্যা মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলৰ সুবিধাৰ্থে তেওঁলোকৰ মাজত পিয়াহৰ পানী নামেৰে খোৱা পানী বিতৰণৰ কাৰ্যসূচী হাতত লয়।

ৰাভা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলাই আয়োজন কৰা অনলাইন কবিতা আবৃত্তি প্ৰতিযোগীতাৰ বিজয়ী সকল।বিজয়ী প্ৰাৰ্থী আটাইলৈ আন্...
24/06/2025

ৰাভা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলাই আয়োজন কৰা অনলাইন কবিতা আবৃত্তি প্ৰতিযোগীতাৰ বিজয়ী সকল।
বিজয়ী প্ৰাৰ্থী আটাইলৈ আন্তৰিক অভিনন্দন জনালোঁ লগতে অংশগ্ৰহন কৰা প্ৰতিযোগীসকললৈও আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কষ্ট কৰি আমাৰ সৈতে সহযোগ কৰা বাবে।

Address

NH 37. Tetelia, Near Somnath Mandir
Guwahati
781011

Alerts

Be the first to know and let us send you an email when Wariors Kamrup Metro Dist Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Wariors Kamrup Metro Dist Branch:

Share