08/11/2025
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি হেমন্ত বৰা কোচৰ অকাল বিয়োগত মৰ্মাহত।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াল পৰিজনলৈ সমবেদনা জ্ঞাপন কৰিছো।
শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন কোচ ৰাজবংশী লোকে সমমৰ্যদা সমধিকাৰ আৰু জনজাতিকৰণ পাবই লাগিব। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)
Guwahati
781001
Be the first to know and let us send you an email when All Assam Koch Rajbangshi Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.