03/09/2026
অসমৰ পৰা পোনপটীয়া দিল্লী! ✈️🧘♂️
নতুন দিল্লীৰ Morarji Desai National Institute of Yoga ত আয়োজিত ৫দিনীয়া 'পতঞ্জলি যোগসূত্ৰ' কৰ্মশালাৰ কিছু মুহূৰ্ত। সমগ্ৰ দেশ তথা বিদেশৰ ৮০ গৰাকী নিৰ্বাচিত অংশগ্ৰহণকাৰীৰ সৈতে ড০ বি আৰ শৰ্মা ছাৰৰ সান্নিধ্যত চিত্ত আৰু চেতনাৰ গভীৰ জ্ঞান আহৰণ কৰাৰ এক অপূৰ্ব অভিজ্ঞতা!
অসমীয়া ফুলাম গামোচাৰ চেনেহ যাচি, বহু নতুন অনুভূতি লৈ পুনৰ উভতি আহিলোঁ গুৱাহাটীলৈ। সম্পূৰ্ণ যাত্ৰাটি ভিডিঅ’টোত উপভোগ কৰক!