Rehabilitation Training & Research Organization

Call Directions Website Contact the organization

Rehabilitation Training & Research Organization Registration no. RS/KAM(M)/240/A-28/407 of 2011-2012.

RTRO is a Non-profit organization working for the welfare of Children and Persons with Special Needs & was established in 1st September 2011 registered under Societies ACT XX1 of 1860.

Today, the National Health Mission (NHM) organized a free health check-up and mental health awareness camp at our organi...
25/09/2026

Today, the National Health Mission (NHM) organized a free health check-up and mental health awareness camp at our organization, RTRO.

The camp provided valuable health consultations, guidance, and support to our beneficiaries and staff. We sincerely appreciate NHM for their kind initiative and continued commitment towards community health and well-being. 🙏

19/09/2026

Zubeenda's Bengali song singing by our student Parthiv Roy.

আমাৰ মৰমৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি!আজি ১৯ ছেপ্টেম্বৰ !! অসমীয়াৰ প্ৰাণৰ আপোন জুবিন গাৰ্গক যোৱা বছৰ এইটো দিনতে আমি হেৰুৱ...
19/09/2026

আমাৰ মৰমৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি!

আজি ১৯ ছেপ্টেম্বৰ !! অসমীয়াৰ প্ৰাণৰ আপোন জুবিন গাৰ্গক যোৱা বছৰ এইটো দিনতে আমি হেৰুৱাইছিলো ৷ সেয়ে সমগ্ৰ অসমৰ লগতে আমি RTRO (Rehabilitation Training and Research )ৰ সমূহ সদস্যই শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী হিমাশ্ৰী দেৱী আৰু “Brikshya “নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আমাৰ সংস্থাৰ বাকৰিত জুবিন দিৱস উদযাপন কৰি জুবিন গাৰ্গ ডাঙৰীয়াক গীতে মাতে স্মৰণ কৰো ৷
। তেখেতে য’তে আছে তাতে শান্তিৰে থাকক ৷ ঔম শান্তি 🙏🙏🙏

15/09/2026
Lions club of Guwahati Greater celebrating Raksha Bandhan with the inmates of our organization RTRO
28/08/2026

Lions club of Guwahati Greater celebrating Raksha Bandhan with the inmates of our organization RTRO

80th Independence day celebration at our RTRO
15/08/2026

80th Independence day celebration at our RTRO

09/08/2026

RTRO-ৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু হৃদয়ভৰা ধন্যবাদ। 🙏❤️

বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ RTRO-ৰ তৰফৰ পৰা আমি যিমান পাৰোঁ, সিমানেই সহায় আগবঢ়োৱাৰ এটি সৰু প্ৰচেষ্টা হাতত লৈছিলোঁ। এই প্ৰচেষ্টাত আপোনালোকৰ পৰা পোৱা মৰম, সহানুভূতি আৰু সহায়ৰ বাবে আমি সঁচাকৈয়ে কৃতজ্ঞ।

আমি RTRO-ৰ দলটোৱে মানুহৰ ঘৰে ঘৰে গৈ, হাতত donation box লৈ সহায় বিচাৰিছিলোঁ। কিন্তু কোনো এজনেও আমাক নিৰাশ নকৰিলে। বৰঞ্চ বহুতে আমাক নিজৰ ঘৰত বহিবলৈ দিলে, এগিলাচ পানী আগবঢ়াই দিলে আৰু নিজৰ সামৰ্থ্য অনুসৰি যি পাৰিলে, সেইখিনি আন্তৰিকতাৰে দান কৰিলে। কোনোবাই হয়তো বেছি দিব পৰা নাছিল, কোনোবাই ব্যক্তিগতভাৱে গৈ সাহায্য কৰিব পৰা নাছিল—কিন্তু নিজৰ সামৰ্থ্যৰ ভিতৰত দুপইচা, এশ টকা, যিমান পাৰিলে সিমানেই আগবঢ়াই দিলে।

আটাইতকৈ মন চুই যোৱা দৃশ্যটো আছিল—ৰাস্তাৰে কামলৈ যোৱা দিনহাজিৰা কৰা মানুহজনেও আমাক দেখি নিজেই ৰৈ গৈ, নিজৰ সামৰ্থ্য অনুসৰি যিখিনি পাৰিলে আগবঢ়াই দিছিল। সেই মুহূৰ্তবোৰ দেখি সঁচাকৈয়ে আমাৰ হৃদয় ভৰি পৰিছিল। কাৰণ সেই দানৰ মূল্য টকাৰ হিচাপত জুখিব নোৱাৰি; তাৰ আঁৰত আছিল এখন বিশাল হৃদয়, আন এজন মানুহৰ দুখৰ প্ৰতি থকা সহানুভূতি আৰু মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন।

আপোনালোকৰ এই অকৃত্ৰিম মৰম আৰু সহায়ৰ বাবেই আমি বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত অলপ হ’লেও সহায়ৰ হাত আগবঢ়াব পাৰিলোঁ।

দুখৰ সময়ত এজনে আনজনৰ কাষত থিয় হোৱা, নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়োৱা—এই মানৱীয়তাৰ বন্ধনটো যেন সদায় অটুট থাকে। মানুহৰ মাজৰ এই একতা, মৰম আৰু সহানুভূতিৰ বন্ধন যেন কেতিয়াও হেৰাই নাযায়; বৰঞ্চ প্ৰজন্মৰ পিছত প্ৰজন্ম জীয়াই থাকক।

RTRO-ৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিজন দাতা, শুভাকাংক্ষী আৰু সহায়ৰ হাত আগবঢ়োৱা প্ৰতিগৰাকী মহানুভৱ ব্যক্তিলৈ জনালোঁ আন্তৰিক কৃতজ্ঞতা আৰু হৃদয়ভৰা ধন্যবাদ।

সঁচাকৈয়ে—
“মানুহে মানুহৰ বাবে।”
মানুহৰ মাজৰ এই মৰম, সহানুভূতি আৰু একতাৰ বন্ধনটো যেন সদায় জীয়াই থাকে।
মানৱতা জীয়াই থাকক। ❤️
মানুহে মানুহৰ কাষত সদায় থিয় হওক।

আন্তৰিক ধন্যবাদ। 🙏🙏

07/08/2026

Address

24 Bani Nagar, Krishna Mandir By-Lane-1, P. P. Road, Rehabari, Guwahati-08
Guwahati
781008

Alerts

Be the first to know and let us send you an email when Rehabilitation Training & Research Organization posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Rehabilitation Training & Research Organization:

Shortcuts

Share