Shakti Brigade

Directions

Shakti Brigade Shakti Brigade - is a women-led initiative dedicated to empowering, protecting, and supporting women across India.

Our mission is to build a safer, stronger society where every woman can live with dignity, confidence, and freedom.

20/06/2026

ভক্তি হওক আমাৰ আধাৰ,
শৌৰ্য হওক পৰিচয়।
ধৰ্মৰক্ষা আৰু ৰাষ্ট্ৰৰ হিতত,
সমৰ্পিত হওক দেহ-মন-প্ৰাণ।।

20/06/2026

भक्ति हो आधार हमारी,
शौर्य हो पहचान।
धर्मरक्षा और राष्ट्रहित में,
समर्पित हो तन - मन - प्राण।।

নমস্কাৰ গ্ৰহণ কৰিব। 🙏যদি আপুনি নিঃস্বাৰ্থ সেৱাৰ মনোভাৱেৰে সমাজত মহিলা সুৰক্ষা, নাৰী সশক্তিকৰণ আৰু জনসেৱাৰ কামত অংশগ্ৰহণ ...
20/06/2026

নমস্কাৰ গ্ৰহণ কৰিব। 🙏
যদি আপুনি নিঃস্বাৰ্থ সেৱাৰ মনোভাৱেৰে সমাজত মহিলা সুৰক্ষা, নাৰী সশক্তিকৰণ আৰু জনসেৱাৰ কামত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে 🇮🇳"শক্তি ব্ৰিগেড"🇮🇳 ৰ সৈতে জড়িত হোৱাৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰক।

আগ্ৰহী সকলে আজিই সদস্যভৰ্তিৰ বাবে আবেদন কৰক।

👉 সদস্যভৰ্তিৰ বাবে আবেদন কৰা সকলক , অনুমোদিত সদস্যসকলে নিজৰ নিজৰ অঞ্চলত সংগঠনৰ দায়িত্বপ্ৰাপ্ত “বিশেষ স্বেচ্ছাসেৱক”ৰ যোগেদি পৰিচয় পত্ৰ (ID Card) প্ৰদান কৰা হব।

📌 বি.দ্ৰ.: যিসকল আগ্ৰহী মহিলা/ছোৱালীয়ে নিজৰ গাঁও, নগৰ বা অঞ্চলৰ পৰা “বিশেষ স্বেচ্ছাসেৱক” হিচাপে দায়িত্ব গ্ৰহণ কৰি সক্ৰিয়ভাৱে সমাজসেৱা আৰু মহিলা সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে, তেওঁলোকে অধিক তথ্যৰ বাবে আমাৰ অফিচিয়েল নম্বৰ 📞 ৯৩৯৫৬১০০১০-ত যোগাযোগ কৰিব পাৰে।

এগৰাকী সচেতন, শক্তিশালী আৰু সুৰক্ষিত সমাজ গঢ়াৰ এই যাত্ৰাত আপোনাৰ সহযোগিতা অতি মূল্যৱান।

ধন্যবাদ।
শক্তি ব্ৰিগেড (SHAKTI BRIGADE)
“সক্ষম নাৰী, সশক্ত ভাৰত”

Address

Guwahati
781012

Website

Alerts

Be the first to know and let us send you an email when Shakti Brigade posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share