Swaranjali Guwahati

Swaranjali Guwahati A SOCIO CULTURAL ORGANIZATION

27/07/2026
24/07/2026
24/07/2026

উজনি অসমৰ বিভিন্ন ঠাইত বান পানীয়ে যি ধ্বংসলীলা সৃষ্টি কৰিছে সেইবোৰ দেখি আমি কোনো শান্তিত থাকিব পৰা নাই। এতিয়া সেইবোৰ ঠাইত সকলো বস্তুৰে অভাৱ হৈছে। কাৰণ দোকানবোৰ পানীৰ তলত। সেয়ে 'সৃষ্টিসাধনা', 'স্বৰাঞ্জলি' আৰু 'অনুৰণন' গুৱাহাটীৰ পৰা কিছু লাগতিয়াল সামগ্ৰী লৈ তেখেত সকলৰ কাষলৈ যাবলৈ ওলাইছোঁ।আপোনালোকৰ সহায়ৰ হাত আমাৰ একান্ত কাম্য। আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তলত দিয়া নম্বৰত মেছেজ বা ফোন যোগে যোগাযোগ কৰিব পাৰিব 9678209429, 9864092006,8638397602
29/07/2026 (বুধবাৰ) তাৰিখে আমি ৰাওনা হম শিৱসাগৰ মুখে।
আমি বয়বস্তু নিয়াৰ তালিকাত আছে…
১) শিশুৰ খাদ্য আৰু বস্ত্ৰ
২) পুৰুষ-মহিলা, ল'ৰা-ছোৱালী সকলৰ বস্ত্ৰ
৩) ঘৰত ব্যৱহাৰ কৰিব পৰা বাচন বৰ্তন
৪) বিচনা চাদৰ, আঠুৱা
৫) চেন্দেল
৬) ঔষধ
৭) চেনিটাৰী নেপকিন
৮)মম,ধূপ,জুইশলা
৯) ফেনাইল...
ইত্যাদি

13/02/2026
সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ 🙏
06/02/2026

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ 🙏

Address

VINCENT, OPPOSITE ALL INDIA RADIO, GUWAHATI, CHANDMARI, GUWAHATI
Guwahati
781003

Telephone

+919864092006

Website

Alerts

Be the first to know and let us send you an email when Swaranjali Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Swaranjali Guwahati:

Shortcuts

Share