Jatiya Yuva Shakti

Jatiya Yuva Shakti Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jatiya Yuva Shakti, Youth Organization, Guwahati.

23/08/2026

যোৰাবাটত চলি থকা অসমৰ, গুৱাহাটী-শ্বিলং কেব চালকসন্থাৰ প্ৰতিবাদ কাৰ্যসূচীলৈ জাতীয় যুৱ শক্তিৰ সমৰ্থন৷

22/08/2026
22/08/2026
শ্বিলঙৰ KSU ৰ দ্বাৰা সংঘটিত গৰ্হিত কাৰ্যৰ বিৰুদ্ধে যোৰাবাটত চলি থকা অসমৰ কেব চালকসকলৰ প্ৰতিবাদ কাৰ্যসূচীত জাতীয় যুৱ শক্ত...
22/08/2026

শ্বিলঙৰ KSU ৰ দ্বাৰা সংঘটিত গৰ্হিত কাৰ্যৰ বিৰুদ্ধে যোৰাবাটত চলি থকা অসমৰ কেব চালকসকলৰ প্ৰতিবাদ কাৰ্যসূচীত জাতীয় যুৱ শক্তিৰ সমৰ্থন৷

আমাৰ দাবী- অসম-মেঘালয় চৰকাৰে অসমৰ কেব চালক তথা পৰ্যটকসকলৰ নিৰাপত্তা নিশ্চিত কৰক তথা দুৰ্বৃত্তক তৎকালীনভাৱে কৰায়ত্ত কৰক৷

#জাতীয়_যুৱ_শক্তি
#অজাপ

আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত ছয়মাইলৰ চচল ধৰ্ণাস্থলী ভূমি অধিকাৰ আন্দোলনৰ যুৱনেতা প্ৰণৱ দ’লেৰ মুক্তিৰ দাবীত...
22/08/2026

আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত ছয়মাইলৰ চচল ধৰ্ণাস্থলী ভূমি অধিকাৰ আন্দোলনৰ যুৱনেতা প্ৰণৱ দ’লেৰ মুক্তিৰ দাবীত “গণধৰ্ণা কাৰ্যসূচী” ৰূপায়ন কৰা হয় য’ত বিভিন্ন দল-সংগঠনৰ লগতে অসম জাতীয় পৰিষদ তথা ভাতৃসংগঠন জাতীয় যুৱ শক্তিয়েও কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদস্থলীত উপস্থিত থাকে৷

তলৰ ছবিত তাৰেই কিছু দৃশ্য৷
#জাতীয়_যুৱ_শক্তি
#অজাপ

Address

Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when Jatiya Yuva Shakti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share