অংকুৰিত অসম Ankurita Asom

Contact:-6001051306
A non-profit organization dedicated to promoting sustainable agriculture practices, fostering self-sufficiency, and driving socio-economic growth in rural communities.

24/08/2026

⏺ অসমত ফুলৰ খেতিৰ সম্ভাৱনা সন্দৰ্ভত কি ক'লে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই

Pijush Hazarika #অংকুৰিতঅসম

24/08/2026

⏺ অসমখনক মাখনা উৎপাদনৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়িব লাগিবঃ পীযুষ হাজৰিকা

#অংকুৰিতঅসম Pijush Hazarika

24/08/2026

ধান খেতি সন্দৰ্ভত কি ক'লে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই

24/08/2026

⏺ কৃষকৰ গুৰুত্ব আজি আছে, কালি আছিল, অনন্তকাললৈ থাকিব
⏺ কৃষিক্ষেত্ৰৰ উন্নয়নক লৈ পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য”

Pijush Hazarika

কৃষি বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত এই কথা সদৰী কৰে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই  #অংকুৰিতঅসম   Pijush Hazarika
24/08/2026

কৃষি বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত এই কথা সদৰী কৰে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই

#অংকুৰিতঅসম Pijush Hazarika

24/08/2026

⏺ অসমত মখানা উৎপাদনৰ বাণিজ্যিক সম্ভাৱনীয়তা
⏺ গ্লুটেন-ফ্রী, এন্টি-অক্সিডেন্টেৰে ভৰপূৰঃ জাংক ফুডৰ বিকল্প হিচাপে চাহিদা বৃদ্ধি

24/08/2026
24/08/2026

⏺ কাঠফুলা খেতিৰে স্বাৱলম্বী শিখা মণি বৰা
⏺ ঘৰৰ চুকত কি কৰিছে শিখা মণিয়ে?
⏺ সৰু ঘৰৰ পৰাই কেনেকৈ লাখটকীয়া সপোন?

24/08/2026

📌দেশত চেনিৰ হাহাকাৰ! ৭০ টকা পাৰ কৰিলে এক কিলো চেনিৰ দৰ

#অংকুৰিতঅসম

23/08/2026

⏺ উৎপাদিত সামগ্ৰী কৃষকে পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰেনে ?
⏺ Spice Board-এ কৃষকক কি সহায় কৰে ?
⏺ Spice Board-ৰ সৈতে কিয় যোগাযোগ কৰিব লাগে ?
⏺ Spice Board-ৰ সুবিধা কেনেকৈ পাব ?
⏺ মছলা কেনেকৈ সংৰক্ষণ কৰিব ?
⏺ মছলা শুকোৱাৰ সঠিক পদ্ধতি কি ?
⏺ উৎপাদিত মছলাৰ ভাল দাম কেনেকৈ পাব ?
⏺ পেকেটিং কিমান গুৰুত্বপূৰ্ণ ?
⏺ নিজৰ ব্ৰেণ্ড কেনেকৈ গঢ়িব ?
⏺ মছলা বিদেশলৈ ৰপ্তানি কৰিব পাৰেনে ?
⏺ নতুন কৃষকে ক’ৰ পৰা আৰম্ভ কৰিব ব্যৱসায় ?
⏺ যুৱক-যুৱতীৰ বাবে মছলা খেতি কিমান সম্ভাৱনাময় ?
⏺ অংকুৰিত অসমৰ 'কৃষক বন্ধু' অনুষ্ঠানৰ আজিৰ অতিথি ধৃতিমান ডেকা
⏺ অংকুৰিত অসমৰ সহঃ সম্পাদিকা নিলুফা ৰহমানৰ সৈতে আজিৰ এই বিশেষ অনুষ্ঠান

#অংকুৰিতঅসম

Address

Guwahati

Alerts

Be the first to know and let us send you an email when অংকুৰিত অসম Ankurita Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অংকুৰিত অসম Ankurita Asom:

Shortcuts

Share