Ankuran welfare association

Ankuran welfare association OUR MAIN OBJECTIVE IS TO CREATE AN
1.ENVIRONMENTAL, SOCIAL, EDUCATIONAL, POLITICAL, SPIRITUAL

**WE STANDS AGAINST TERRORISM** Successfully completed our 5th annual blood donation camp as a tribute to those who lost...
04/11/2025

**WE STANDS AGAINST TERRORISM**

Successfully completed our 5th annual blood donation camp as a tribute to those who lost their lives or injured during the serial bomb blasts in Assam on 30th oct, 2008..

বিগত্ বছৰকেইটাৰ দৰে এই বছৰো "অংকুৰন ৱেলফেয়াৰ এচোছিয়েচন " ৰ উদ্যোগত ২০০৮ চন্‌ ৰ ৩০অক্টোৱৰ ৰ দিনা অসমত সংঘতিত হোৱা ধাৰাৱাহিক বোমা বিস্ফোৰনৰ লগত সঙ্গতি ৰাখি ৰক্তদান শিবিৰ "মানুহে মানুহৰ বাবে" অনুষ্ঠানতি গণেশগুৰি উৰনীয়া সেতু ৰ তলত আয়োজিত কৰা হয় । আমাৰ উদ্দেশ্য ২০০৮ চনৰ ৩০ অক্টোৱৰ তাৰিখে অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰনত নিহত লোক সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰা তথা এক সুস্থিৰ , শান্তিময় আৰু সন্ত্ৰাসবাদহীন সমাজৰ বাবে কামনা কৰাৰ লগতে ৰাইজৰ মাজত ৰক্তদানৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহন কৰা হয় ।গনেশগুৰিৰ উৰনীয়া সেতুৰ তলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগিতাত উক্ত ৰক্তদান শিবিৰ আয়োজন কৰা হয় । অনুষ্ঠানতিত ৰাইজৰ বিপুল সহাঁৰিয়ে আমাক উংসাহিত তথা আপ্লুত কৰাৰ লগতে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাৱ বুলি আমি বিশ্বাস কৰো । এই অনুষ্ঠানটিৰ জৰীয়তে ৩৫ জন ব্যক্তিয়ে আন্তৰিকতাৰে ৰক্তদান কৰে । উপস্থিত সকলো ৰাইজৰ লগতে আমাক সহযোগিতা আগবঢ়োৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক অংকুৰন ৱেলফেয়াৰ এচোছিয়েচনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । আগলৈও এই ধৰণৰ জনকল্যানমূলক অনুষ্ঠানৰ আয়োজন কৰি যাম বুলি আমি সংকল্পবদ্ধ ৰাইজৰ আশিষ লৈ । কিয়নো সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধ আমি ৰক্তাক্ত কৰি বা হিংসাৰে নহয়, ৰক্তদান কৰি হে জয়ী হ'ব পাৰিম। ধন্যবাদ্‌ 🙏🏼

Thank you everyone for your participation..🙏

Date : 30th OCT, 2025

আপোনাৰ সন্মানজনক উপস্থিতিয়ে এই অনুষ্ঠানখন স্মৰনীয় কৰি তুলিব  |স্থান - গণেশগুৰি ফ্লাই’অভাৰৰ তলত, দিশপুৰ ধাবাৰ সমীপত |সময়...
28/10/2025

আপোনাৰ সন্মানজনক উপস্থিতিয়ে এই অনুষ্ঠানখন স্মৰনীয় কৰি তুলিব |
স্থান - গণেশগুৰি ফ্লাই’অভাৰৰ তলত, দিশপুৰ ধাবাৰ সমীপত |
সময় - পুৱা ৯ বজাৰ পৰা ৩ বজালৈ
৩০ অক্টোবৰ ২০২৫, বৃহস্পতিবাৰ |

সন্ত্ৰাসবাদৰ বিৰুদ্ধে এয়া আমাৰ এক যুজঁ ।২০০৮ চনৰ ৩০ অক্টোবৰত যি অমানুষিক আৰু নৃশংস বোমা বিস্ফোৰণ সংঘটিত হৈছিল সেয়া কেত...
23/10/2025

সন্ত্ৰাসবাদৰ বিৰুদ্ধে এয়া আমাৰ এক যুজঁ ।
২০০৮ চনৰ ৩০ অক্টোবৰত যি অমানুষিক আৰু নৃশংস বোমা বিস্ফোৰণ সংঘটিত হৈছিল সেয়া কেতিয়াও সহ্য কৰিব নোৱাৰি । সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধ আমি হিংসা বা ৰক্তাক্ত কৰি নহয়, ৰক্তদান কৰিহে জয়ী হ ব পাৰিম।
ধন্যবাদ।

Address

Guwahati
781022

Website

Alerts

Be the first to know and let us send you an email when Ankuran welfare association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ankuran welfare association:

Share