Hindu Yuba-Chattra Parishad:Asom -HYCP

Hindu Yuba-Chattra Parishad:Asom -HYCP This is the official page of Hindu Yuba-Chattra Parishad: Asom - Central Committee.

 #অসমীয়া_প্ৰতিদিন
30/07/2026

#অসমীয়া_প্ৰতিদিন

30/07/2026

30/07/2026


#বান_সাহায্য_বিতৰণ

29/07/2026

বানপীড়িত ৰাইজৰ কাষত,,,


#বান_সাহায্য_বিতৰণ

26/07/2026

হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ উদ্যোগত বান সাহায্য অভিযান ।
'বানপীড়িত ৰাইজৰ দুৰ্দশা দূৰ কৰিবলৈ আপোনালোক সকলোৱে সাহায্য পুঁজিলৈ মুক্ত হস্তে সহাঁৰি জনাওঁক' ।
যোগাযোগ: ৭৬৩৬৮-৮৫৩০০, ৬০০০৮-০৫২০৪

   #বান_সাহায্য_অভিযান
25/07/2026


#বান_সাহায্য_অভিযান

22/07/2026

#কেন্দ্ৰীয়_বৌদ্ধিক_প্ৰশিক্ষণ_শিৱিৰ_২০২৬

 #কেন্দ্ৰীয়_বৌদ্ধিক_প্ৰশিক্ষণ_শিৱিৰ_২০২৬ ৰ সাতদিনীয়া সফল সমাপ্তিৰ শেষত অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী বিশ্বজিৎ দ...
19/07/2026

#কেন্দ্ৰীয়_বৌদ্ধিক_প্ৰশিক্ষণ_শিৱিৰ_২০২৬ ৰ সাতদিনীয়া সফল সমাপ্তিৰ শেষত অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই
আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰশিক্ষাৰ্থীসকলক উদ্দেশি ৰাষ্ট্ৰনিৰ্মাণ আৰু সনাতন সংস্কৃতিৰ ওপৰত অতি মূল্যবান মাৰ্গদৰ্শন প্ৰদান কৰাৰ বাবে তেখেতক অশেষ ধন্যবাদ ও কৃতজ্ঞতা জনালোঁ,,,


 #কেন্দ্ৰীয়_বৌদ্ধিক_প্ৰশিক্ষণ_শিৱিৰ_২০২৬ ৰ অন্যতম আমন্ত্ৰিত বক্তা ভাৰতীয় সংস্কৃতি আৰু ৰাষ্ট্ৰচিন্তাৰ সাধক বিশিষ্ট সাহি...
18/07/2026

#কেন্দ্ৰীয়_বৌদ্ধিক_প্ৰশিক্ষণ_শিৱিৰ_২০২৬ ৰ অন্যতম আমন্ত্ৰিত বক্তা ভাৰতীয় সংস্কৃতি আৰু ৰাষ্ট্ৰচিন্তাৰ সাধক বিশিষ্ট সাহিত্যিক আৰু চিন্তাবিদ ড° দিগন্ত বিশ্ব শৰ্মা দেৱ।

শ্ৰীঅৰবিন্দ,বিবেকানন্দ আৰু ৰামকৃষ্ণ পৰমহংসৰ দৰ্শনৰ প্ৰচাৰক, সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী এইগৰাকী তপস্বী-চিন্তাবিদৰ অমৃতনিষ্যন্দী বক্তব্যই শিৱিৰৰ সকলোৰে মন-প্ৰাণ ৰাষ্ট্ৰভাৱ আৰু সাংস্কৃতিক চেতনাৰে আলোকিত কৰিলে।

Address

Zoo Road
Gauhati
781024

Alerts

Be the first to know and let us send you an email when Hindu Yuba-Chattra Parishad:Asom -HYCP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hindu Yuba-Chattra Parishad:Asom -HYCP:

Shortcuts

Share