সৃষ্টিসাধনা Srishtisadhana

সৃষ্টিসাধনা Srishtisadhana A SOCIO CULTURAL ORGANISATION
'Shristisadhana' is a dedicated cultural platform aimed at flourishing talents of the creative minds.

সৰ্বপ্ৰথমে আপোনালোক সকলোকে আমাৰ এই পেজ 'সৃষ্টিসাধনা ' লৈ স্বাগতম জনাইছো । সৃষ্টিসাধনা এটা ধৰ্ম আৰু ৰাজনীতি মুক্ত অনুষ্ঠান | বিতৰ্কীত মূলক পোষ্ট গ্ৰহণ কৰা নহব |
এই পেজটোত সন্মিবিষ্ট কৰা হব -
*নাটকৰ ওপৰত চৰ্চা
*চিত্র ক'লা
*আবৃত্তি
*নৃত্য আৰু গীত আদি।

আমাৰ এই পেজত গঠন মূলক চিন্তা আৰু সৃষ্টিসাধনাক প্ৰাধান্য দিয়া হব ।

 #আমাৰ সতীৰ্থৰ তৃতীয়টো দল বানমুখ আৰু পানবেছা ৰ ভিতৰুৱা অঞ্চলৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়োৱা কিছু দৃশ্যাংশ …
09/08/2026

#আমাৰ সতীৰ্থৰ তৃতীয়টো দল বানমুখ আৰু পানবেছা ৰ ভিতৰুৱা অঞ্চলৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়োৱা কিছু দৃশ্যাংশ …

 #আমাৰ সতীৰ্থৰ দ্বিতীয় আৰু তৃতীয়টো  দল ৰাওনা হল বানমুখ,পানবেছা, গোহাঁই গাওঁ, বেতবাৰী আৰু ধিতাই পুখুৰী ৰ  বানপীড়িত লোকসকল...
07/08/2026

#আমাৰ সতীৰ্থৰ দ্বিতীয় আৰু তৃতীয়টো দল ৰাওনা হল বানমুখ,পানবেছা, গোহাঁই গাওঁ, বেতবাৰী আৰু ধিতাই পুখুৰী ৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ…

05/08/2026
04/08/2026

#আজি আমাৰ সতীৰ্থৰ প্ৰথমটো দল ৰাওনা হব বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ…

04/08/2026

#আমাৰ সতীৰ্থৰ প্ৰথমটো দল ৰাওনা হব বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ…

আপোনালোকৰ মৰমবোৰ আমি সযতনে নিবলৈ চেষ্ঠা কৰিছোঁ❤️
27/07/2026

আপোনালোকৰ মৰমবোৰ আমি সযতনে নিবলৈ চেষ্ঠা কৰিছোঁ❤️

25/07/2026

উজনি অসমৰ বিভিন্ন ঠাইত বান পানীয়ে যি ধ্বংসলীলা সৃষ্টি কৰিছে সেইবোৰ দেখি আমি কোনো শান্তিত থাকিব পৰা নাই। এতিয়া সেইবোৰ ঠাইত সকলো বস্তুৰে অভাৱ হৈছে। কাৰণ দোকানবোৰ পানীৰ তলত। সেয়ে 'সৃষ্টিসাধনা', 'স্বৰাঞ্জলি' আৰু 'অনুৰণন' গুৱাহাটী পৰা কিছু লাগতিয়াল সামগ্ৰী লৈ তেখেত সকলৰ কাষলৈ যাবলৈ ওলাইছোঁ , আপোনালোকৰ সহায়ৰ হাত আমাৰ একান্তয়ে কাম্য। আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তলত দিয়া নম্বৰত মেছেজ বা ফোন যোগে যোগাযোগ কৰিব পাৰিব 9678209429, 9864092006,8638397602
29/07/2026 (বুধবাৰ) তাৰিখে আমি ৰাওনা হম শিৱসাগৰ মুখে।
আমি বয়বস্তু নিয়াৰ তালিকাত আছে…
১) শিশুৰ খাদ্য আৰু বস্ত্ৰ
২) পুৰুষ-মহিলা, ল'ৰা-ছোৱালী সকলৰ বস্ত্ৰ
৩) ঘৰত ব্যৱহাৰ কৰিব পৰা বাচন বৰ্তন
৪) বিচনা চাদৰ, আঠুৱা
৫) চেন্দেল
৬) ঔষধ
৭) চেনিটাৰী নেপকিন
৮)মম,ধূপ,জুইশলা
৯) ফেনাইল...
ইত্যাদি

উজনি অসমৰ বিভিন্ন ঠাইত বান পানীয়ে যি  ধ্বংসলীলা সৃষ্টি কৰিছে সেইবোৰ দেখি আমি কোনো শান্তিত থাকিব পৰা নাই। এতিয়া সেইবোৰ ঠা...
24/07/2026

উজনি অসমৰ বিভিন্ন ঠাইত বান পানীয়ে যি ধ্বংসলীলা সৃষ্টি কৰিছে সেইবোৰ দেখি আমি কোনো শান্তিত থাকিব পৰা নাই। এতিয়া সেইবোৰ ঠাইত সকলো বস্তুৰে অভাৱ হৈছে। কাৰণ দোকানবোৰ পানীৰ তলত। সেয়ে 'সৃষ্টিসাধনা', 'স্বৰাঞ্জলি' আৰু 'অনুৰণন' গুৱাহাটীৰ পৰা কিছু লাগতিয়াল সামগ্ৰী লৈ তেখেত সকলৰ কাষলৈ যাবলৈ ওলাইছোঁ।আপোনালোকৰ সহায়ৰ হাত আমাৰ একান্ত কাম্য। আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তলত দিয়া নম্বৰত মেছেজ বা ফোন যোগে যোগাযোগ কৰিব পাৰিব 9678209429, 9864092006,8638397602
29/07/2026 (বুধবাৰ) তাৰিখে আমি ৰাওনা হম শিৱসাগৰ মুখে।
আমি বয়বস্তু নিয়াৰ তালিকাত আছে…
১) শিশুৰ খাদ্য আৰু বস্ত্ৰ
২) পুৰুষ-মহিলা, ল'ৰা-ছোৱালী সকলৰ বস্ত্ৰ
৩) ঘৰত ব্যৱহাৰ কৰিব পৰা বাচন বৰ্তন
৪) বিচনা চাদৰ, আঠুৱা
৫) চেন্দেল
৬) ঔষধ
৭) চেনিটাৰী নেপকিন
৮)মম,ধূপ,জুইশলা
৯) ফেনাইল...
ইত্যাদি

Address

Guwahati

Telephone

+919435218327

Website

Alerts

Be the first to know and let us send you an email when সৃষ্টিসাধনা Srishtisadhana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সৃষ্টিসাধনা Srishtisadhana:

Shortcuts

Share