30/04/2025
সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২৩ বৰ্ষৰ শৈক্ষিক জলপাণি ( scholarship) প্ৰাপক প্ৰেৰণা চাহু ( লক্ষীমপুৰ)আৰু প্ৰেৰণা কাশ্যপলৈ (শুৱালকুছি) তেওঁলোকৰ সফলতাত টাষ্ট্ৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন । বিজ্ঞান শাখাৰ প্ৰেৰণা চাহুৱে ৮৫.৬% আৰু কলা শাখাৰ প্ৰেৰণা কাশ্যপে ৮৭.৮% পাবলৈ সক্ষম হয় ।
Biva Himangshu Memorial Trust would like to extend heartfelt congratulations to its year 2023 scholarship holders Prerona Sahu ( Sc. 85.6%)and Prerona Kashyap (Arts. 87.8%) under trust’s “EDUCATE -EMPOWERMENT INITIATIVE”programme on their HS (SEBA) results.