Arya Vidyapeeth College AASU Unit

Arya Vidyapeeth College AASU Unit This is the Official Page of AASU Unit of Arya Vidyapeeth College (Autonomous). AASU will always be with the students in every problem.

Our aim is the comprehensive academic, social, cultural and organizational development of students.

স্বাধীনতা আমি হেজাৰ শ্বহীদৰ তেজ আৰু ত্যাগৰ বিনিময়ত লাভ কৰিছোঁ আৰু সেই স্বাধীনতাৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখা আৰু এক শক্তিশালী...
14/08/2026

স্বাধীনতা আমি হেজাৰ শ্বহীদৰ তেজ আৰু ত্যাগৰ বিনিময়ত লাভ কৰিছোঁ আৰু সেই স্বাধীনতাৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখা আৰু এক শক্তিশালী, একতাৱদ্ধ সমাজ গঠন কৰাটো আমাৰ মূল সংকল্প ।
দেশৰ এই ৮০ তম স্বাধীনতা দিৱসৰ শুভ ক্ষণত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আটাইকে জনাইছোঁ আন্তৰিক শুভেচ্ছা ।

স্বাধীনতা দিৱসৰ এই গৰিমাময় ক্ষণত, অন্ধকাৰ ফালি পোহৰলৈ যাত্ৰা কৰা এক সজাগ ছাত্ৰ সমাজ গঠনৰ সংকল্প লওঁ আহক।

আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি প্ৰবাল প্ৰতীম পাটগিৰী, সাধাৰণ সম্পাদক অনুৰাগ অধিকাৰী আৰু গুৰু ...
12/08/2026

আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি প্ৰবাল প্ৰতীম পাটগিৰী, সাধাৰণ সম্পাদক অনুৰাগ অধিকাৰী আৰু গুৰু ক্ৰীড়া সম্পাদক অনিমেষ মল্লিকৰ উপস্থিতিত মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি মৰ্মে মহাবিদ্যালয়ৰ ছাত্ৰৱাস আৰু ছাত্ৰী নিৱাসত ক্ৰীড়াৰ কিছু সামগ্ৰী প্ৰদান কৰা হয়।

তাৰ লগতে মহাবিদ্যালয় ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিক আছু গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

11/08/2026

হে নৱাগত স্বাগতম,

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা নৱাগতসকলক আদৰি তেওঁলোকক মহাবিদ্যালয়খনৰ লগত পৰিচয় কৰাই দিয়াৰ কিছু মূহুৰ্ত।

নতুন আশা, নতুন হেপাহ আৰু সম্ভাৱনাৰে বকুল নগৰীত সুবাস বিলাবলৈ অহা প্ৰতেকজন নৱাগতক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ ত...
10/08/2026

নতুন আশা, নতুন হেপাহ আৰু সম্ভাৱনাৰে বকুল নগৰীত সুবাস বিলাবলৈ অহা প্ৰতেকজন নৱাগতক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিকতাৰে স্বাগতম।

সপোনবোৰে ডেউকা মেলক নতুন আশাৰ নতুন প্ৰভাতত।বাটত কেতিয়াবা ৰ’দ আহিব,কেতিয়াবা বৰষুণ নামিব তথাপি খোজ থমকাই নিদিবা। কাৰণ প্ৰতিটো সৰু খোজৰ আঁৰতেই
লুকাই থাকে এটি ডাঙৰ সপোনৰ আৰম্ভণি।
তোমালোকৰ জীৱন ডায়েৰিত নীলা চিয়াহিৰে লিখা সেউজীয়া ভবিষ্যতৰ ঠিকনা হওক আৰ্য্য।
আমাৰ এই আপোন পৰিয়াললৈ
নৱাগত প্ৰতিগৰাকী হৃদয়ক
অশেষ মৰম আৰু আন্তৰিকতাৰে স্বাগতম।

"স্বাগত নৱাগত অতিথি....."ঐতিহ্যমণ্ডিত স্বায়ত্বশাসিত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়লৈ সমূহ ন- এৰিয়ানক আৰ্য্য বিদ্যাপীঠ ম...
09/08/2026

"স্বাগত নৱাগত অতিথি....."

ঐতিহ্যমণ্ডিত স্বায়ত্বশাসিত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়লৈ সমূহ ন- এৰিয়ানক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ।

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ শনিবৰীয়া বিশেষ অনুষ্ঠান "প্ৰতিধ্বনি"।   সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ...
07/08/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ শনিবৰীয়া বিশেষ অনুষ্ঠান "প্ৰতিধ্বনি"।
সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

সময়:- বিয়লি ২ বজাত
তাৰিখ:৮/৮/২০২৬

Today, the AVC AASU UNIT formally submitted a memorandum to the Controller of Examinations regarding the issues surround...
03/08/2026

Today, the AVC AASU UNIT formally submitted a memorandum to the Controller of Examinations regarding the issues surrounding the declaration of the 2nd Semester examination results.

The memorandum highlighted the concerns and difficulties faced by the affected students and requested the early resolution of the matter in the interest of their academic progress.

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে কৰা প্ৰকল্প সঁহাৰিক মহাবিদ্যালয় আছু গোটৰ সম্...
02/08/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে কৰা প্ৰকল্প সঁহাৰিক মহাবিদ্যালয় আছু গোটৰ সম্পূৰ্ণ সমৰ্থন।

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিকূল বতৰ নেওচি মহাবিদ্যালয় আছু গোটৰ একাংশ সতীৰ্থ মহ...
29/07/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিকূল বতৰ নেওচি মহাবিদ্যালয় আছু গোটৰ একাংশ সতীৰ্থ মহাবিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

Address

Guwahati

Telephone

+918011558447

Website

Alerts

Be the first to know and let us send you an email when Arya Vidyapeeth College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Arya Vidyapeeth College AASU Unit:

Shortcuts

Share