Asom Chatra Parishad-Gauhati University unit

Asom Chatra Parishad-Gauhati University unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Chatra Parishad-Gauhati University unit, Youth Organization, Gauhati University, Gopinath Bordoloi Nagar, Guwahati.

Asom Chatra Parishad is the student organization of the party Asom Gana Parishad,which itself is historically tied to the Gauhati University.This page will bring to you an insight into the workings and functionings of ACP GU unit.

14/06/2026
গুৱাহাটী বিশ্ববিদ্যালয়ত এই বৰ্ষত FYIMP-ৰ অধীনত ১১টা পাঠ্যক্ৰম কৰ্তন কৰা হৈছিল। ইয়াৰে কিছুমান পাঠ্যক্ৰম বিশ্ববিদ্যালয় ...
13/06/2026

গুৱাহাটী বিশ্ববিদ্যালয়ত এই বৰ্ষত FYIMP-ৰ অধীনত ১১টা পাঠ্যক্ৰম কৰ্তন কৰা হৈছিল। ইয়াৰে কিছুমান পাঠ্যক্ৰম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পুনৰ মুকলি কৰি দিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, Software Development পাঠ্যক্ৰমত ২৪৩ জন ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰাৰ পিছতো এই পাঠ্যক্ৰমটো পুনৰ মুকলি কৰা হোৱা নাই। তাৰবাবে আজি আমি অসম ছাত্ৰ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ফালৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড০ ৰঞ্জন কাকতি ছাৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ পিছত ড০ কাকতি ছাৰে আমাক জনায় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তন হোৱা পাঠ্যক্ৰমসমূহৰ সকলো বিভাগীয় মুৰব্বী (Head of the Department) আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিসকলৰ সৈতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যৌথ আলোচনাত মিলিত হৈ এই পাঠ্যক্ৰমসমূহ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লগতে তেওঁ কয় যে Software Development পাঠ্যক্ৰমৰ লগতে বাকী কৰ্তন হোৱা বিভাগসমূহো পুনৰ মুকলি কৰা নহ'ব। এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অতিশীঘ্ৰে এখন আনুষ্ঠানিক জাননী জাৰি কৰিব বুলিও তেওঁ আমাক অৱগত কৰে। তাৰ সত্বেও আমি দাবী বাহাল ৰাখোঁ যাতে বিশ্ববিদ্যালয় কতৃপক্ষই কৰ্তন হোৱা বিভাগসমূহ পুনৰ মুকলি কৰি দিয়ে l

অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কাকতি ছাৰক অসম ছাত্ৰ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ফ...
09/06/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কাকতি ছাৰক অসম ছাত্ৰ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় l তেওঁৰ কাৰ্য্যকালৰ সফলতা কামনা কৰাৰ লগতে শ্ৰেণীসমূহৰ সচিব হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে তেওঁ সদা তৎপৰ হৈ থাকিব বুলি আশা ৰাখিলোঁ ।

অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

Feel free to contact our volunteers.অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
07/06/2026

Feel free to contact our volunteers.

অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

অসম ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদীদ্বয়ত বন্তি প্ৰজ্...
21/11/2025

অসম ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদীদ্বয়ত বন্তি প্ৰজ্বলন কৰা হয় । এই চেগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অসম ছাত্ৰ পৰিষদৰ সেনানী সকলক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো।
জয় আই অসম
জয়তু অসম ছাত্ৰ পৰিষদ

Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত

Address

Gauhati University, Gopinath Bordoloi Nagar
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Asom Chatra Parishad-Gauhati University unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share