জোনাকী বাটৰে-Jonaki Batere

জোনাকী বাটৰে-Jonaki Batere A Musical NGO

26/10/2025

Singing Mayabini and Plantation of Nahor sapling

Members of Jonaki  Batere have planted 52 nos Nahor saplings in Sankardev Shisu Vidya Niketon Khetri and visited Zubeen ...
26/10/2025

Members of Jonaki Batere have planted 52 nos Nahor saplings in Sankardev Shisu Vidya Niketon Khetri and visited Zubeen Garg,s Kahilipara home today ie on 26th October 2025

অসমীয়া প্ৰতিদিন 29th August 2025
20/08/2025

অসমীয়া প্ৰতিদিন 29th August 2025

15/08/2025

Beautiful performance by the students of Blind School, Baisista at Latakata Road . Team Jonaki Batere celebrated 79th Independence day with them. 15th August2025

Team Jonaki Batere has celebrated 79th Independence Day with the Children of Blind School situated at Latakata Road Bais...
15/08/2025

Team Jonaki Batere has celebrated 79th Independence Day with the Children of Blind School situated at Latakata Road Baisista. 15th August25

Successful Completion of Goalporia and Kamrupi Lokogeet workshop starting from 2nd July25 to 5th July25 in Sahid Nyash B...
08/07/2025

Successful Completion of Goalporia and Kamrupi Lokogeet workshop starting from 2nd July25 to 5th July25 in Sahid Nyash Bhawan Ujan Bazar Guwahati .

03/07/2025

Goalporia and Kamrupi Lokogeet workshop 2nd July25 to 5th July25 at Shahid Bhawan Ujan Bazar Guwahati

03/07/2025

A few video clips of lookogeet Workshop at Shahid Bhawan Ujan Bazar Guwahati from 2nd July25 to 5th July25

আজি 'জোনাকী বাটেৰে' অসমৰ উদ্যোগত কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ প্ৰথম দিনৰ কৰ্মশালা। আজি বন্তি প্ৰজ্বলন কৰে আমাৰ অতি মৰম...
03/07/2025

আজি 'জোনাকী বাটেৰে' অসমৰ উদ্যোগত কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ প্ৰথম দিনৰ কৰ্মশালা। আজি বন্তি প্ৰজ্বলন কৰে আমাৰ অতি মৰমৰ দূৰদৰ্শনৰ অৱসৰ প্ৰাপ্ত বিষয়া সংগীত শিল্পী অৰ্চনা ভট্টচাৰ্য্য বাইদেউ, লগতে শ্ৰদ্ধাৰ শিল্পী সূৰ্য্য গোস্বামী দেৱে। মৌচম বৰা দাদাৰ লগতে আমাৰ প্ৰায় সকলো সদস্যা- সদস্য উপস্থিত থাকে।এই কৰ্মশালা খনিত বাদ্যযন্ত্ৰত সহায় কৰিছে বিৰাজ দাস দাদা আৰু নৰশ্বৰ ডেকা দাদাই।এই কৰ্মশালা খনি শ্বহীদ ন্যাসত আজিৰ পৰা ৫জুলাইলৈ চলি থাকিব।

This summer Jonaki Batere is going to organize training program of  Kamrupi Lokogeet and Goalporia Lokogeet  from 2nd Ju...
08/06/2025

This summer Jonaki Batere is going to organize training program of Kamrupi Lokogeet and Goalporia Lokogeet from 2nd July25 to 5th July25 in Sahid Nyash Bhawan Ujan Bazar Guwahati

07/06/2025

Remembering Geetikobi Parvati Prasad Baruva 7th June at NK tv Studio

`জোনাকী বাটেৰে'ৰ তৃতীয় বৰ্ষপূৰ্তি সফলতাৰে সমাপন। ৬ এপ্ৰিল, দেওবাৰে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত `জোনাকী বাটেৰে, সামাজি...
07/04/2025

`জোনাকী বাটেৰে'ৰ তৃতীয় বৰ্ষপূৰ্তি সফলতাৰে সমাপন।

৬ এপ্ৰিল, দেওবাৰে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত `জোনাকী বাটেৰে, সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ তৃতীয় বৰ্ষপূৰ্তি সফলতাৰে সমাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ডঃ অঞ্জন জ্যোতি চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন ভূপেন্দ্র সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণী পৰ্ব আৰু ড০ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা বৰেণ্য ব্যক্তি সকলৰে এক `অন্তৰংগ আলাপ' অনুষ্ঠিত কৰে।
প্ৰথম বঁটাপ্ৰাপ্ত শিৱসাগৰৰ আইৰিন গগৈ, দ্বিতীয় বঁটাপ্ৰাপ্ত গোৰেশ্বৰৰ ভায়োলিনা ডেকা, তৃতীয় বঁটাপ্ৰাপ্ত মৰিগাঁওৰ প্ৰস্তুতি হাজৰিকাৰ লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰা জ্যোতি আদিত্য নাথ,গৰিমা বেজবৰুৱাই ভূপেন্দ্র সংগীত পৰিবেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।
সাংবাদিক সংঘামিত্ৰা বৰুৱাই আঁত ধৰা `অন্তৰংগ আলাপ'ত ড০ অঞ্জন জ্যোতি চৌধুৰী,অঞ্জু দেৱী, ৰঞ্জন দত্ত আৰু জ্যোতিৰ্ময় দেৱনাথ উপস্থিত থাকি মত বিনিময় কৰে ।
অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ বিশিষ্ট ব্যক্তি ক্ৰমে হেম হাজৰিকা, পাহাৰী দাস, মৌচুমী চহৰীয়া,ববিতা শৰ্মা, মৌচম বৰা,ৰুপম তালুকদাৰ, আলেখ্য চক্রৱৰ্তী,অৰ্চনা ভট্টাচার্য, মানস প্ৰতীম ডেকা, দ্বিজেন কোঁৱৰ প্ৰমুখ্যে একাধিক শিল্পী - সাংবাদিক এই অনুষ্ঠানত উপস্থিত থাকে। Annual day Celebration of Jonaki Batere at Lakhi Ram Xadan Guwahati 6th April2025

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when জোনাকী বাটৰে-Jonaki Batere posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জোনাকী বাটৰে-Jonaki Batere:

Share