বৈ dix Association

বৈ dix Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৈ dix Association, Nonprofit Organization, Gauhati.

16/03/2026

আজি দাদাৰ ছমহীয়া তিথিত চাকি ধুপ জলাই শৰাই এখন আগবঢ়াই দাদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
জয় জুবিন দা

আজি দাদাৰ ছমহীয়া তিথিত চাকি ধুপ জলাই শৰাই এখন আগবঢ়াই দাদালৈ শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰিছোঁ।জয় জুবিন দা
16/03/2026

আজি দাদাৰ ছমহীয়া তিথিত চাকি ধুপ জলাই শৰাই এখন আগবঢ়াই দাদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
জয় জুবিন দা

  Admission Open Call Now - 9707150905zgmusicacademy@gmail.com❗Music Pronunciation ❗Hindustani classical❗ Piano / Keyboa...
06/03/2026


Admission Open
Call Now - 9707150905
[email protected]

❗Music Pronunciation

❗Hindustani classical

❗ Piano / Keyboard

❗ Guitar / Bass

❗Drum

❗Violin

❗ Tabla

❗ Flute

❗Art

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষাহাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ ...
10/02/2026

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ...

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাঁ সৰস্বতী আয়ে সকলোৰে জীৱনলৈ বিদ্যা-বুদ্ধি কঢ়িয়াই আনক আৰু সমাজলৈ কঢ়িয়াই আনক জ্ঞানৰ অফুৰন্ত প...
23/01/2026

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাঁ সৰস্বতী আয়ে সকলোৰে জীৱনলৈ বিদ্যা-বুদ্ধি কঢ়িয়াই আনক আৰু সমাজলৈ কঢ়িয়াই আনক জ্ঞানৰ অফুৰন্ত পোহৰৰ শক্তি! সকলোলৈকে মাঁ সৰস্বতীৰ পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ॐ गन गणपतए नमो नमःপৱিত্ৰ গণেশ জয়ন্তী উপলক্ষে সমূহ ভক্তিপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সিদ্ধিদাতা প্ৰভু গণেশৰ আৰ্...
22/01/2026

ॐ गन गणपतए नमो नमः

পৱিত্ৰ গণেশ জয়ন্তী উপলক্ষে সমূহ ভক্তিপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সিদ্ধিদাতা প্ৰভু গণেশৰ আৰ্শীবাদত সকলোৰে জীৱনলৈ অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমন হওঁক, তাৰেই কামনা কৰিলোঁ।

লুইতৰ কণ্ঠ আজি নীৰৱ...Zubeen Garg
19/09/2025

লুইতৰ কণ্ঠ আজি নীৰৱ...
Zubeen Garg

Address

Gauhati

Telephone

+919707150905

Website

Alerts

Be the first to know and let us send you an email when বৈ dix Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to বৈ dix Association:

Share