Neeramoy - নিৰাময়

Neeramoy - নিৰাময় Our mission is to achieve wellness for the society by empowering individuals, improving physical &...

 #ৰক্তদান_জীৱন_দান! ওদালগুৰি জিলাৰ  #ৰৌতাৰ ৰোগী  #শ্ৰীমতী_ধনমায়া_দেৱী হৃদৰোগত আক্ৰান্ত হৈ  #গুৱাহাটীৰ এখন ব্যক্তিগত চিকি...
18/08/2026

#ৰক্তদান_জীৱন_দান!
ওদালগুৰি জিলাৰ #ৰৌতাৰ ৰোগী #শ্ৰীমতী_ধনমায়া_দেৱী হৃদৰোগত আক্ৰান্ত হৈ #গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জৰুৰীকালীন ভাৱে তেখেতক ২ ইউনিট ‍তেজৰ প্ৰয়োজন হয়।

Neeramoy - নিৰাময় ন্যাসৰ #সভাপতি #কুশল_ডেকাই আজি ব্যস্ততাৰ মাজতো ৰোগীগৰাকীৰ বাবে ৰক্তদান কৰে।

উল্লেখ্য যে #কুশল_ডেকাই আজি জীৱনৰ চাব্বিছ (২৬) নং বাৰৰ বাবে ৰক্তদান কৰি নিজকে সুস্থ বুলি প্ৰমানিত কৰে।

হস্পিতেলত চিকিৎসাধীন ৰোগীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ লগতে ৰক্তদাতা #কুশল_ডেকাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

ধন্যবাদ
টীম নিৰাময় 🙏

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ  #ড° #ৰবিন_কুমাৰ_দত্ত চাৰ আৰু তেখেতৰ পৰিবাৰ  #ড°  #মীৰা_দত্ত বাইদেউৰ সৈতে দৰং জিলাৰ ঐ...
16/08/2026

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ #ড° #ৰবিন_কুমাৰ_দত্ত চাৰ আৰু তেখেতৰ পৰিবাৰ #ড° #মীৰা_দত্ত বাইদেউৰ সৈতে দৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত উপস্থিত হওঁ।

খোৱাপানীত মাৰাত্মক আৰ্চেনিকৰ উপস্থিতি আৰু ইয়াৰ পৰা হ'ব পৰা ভয়ানক ৰোগসমূহৰ ওপৰত সজাগতাৰ বাবে সেই অঞ্চলৰ কিছু গণ্য মান্য ব্যক্তিৰ সৈতে এক আলোচনাত মিলিত হওঁ। কেনেকৈ #পাঠৰিঘাট, #দিপীলা, #খটৰা, #দুনী অঞ্চলৰ খোৱাপানীত থকা #আৰ্চেনিকৰ ফলত তাৰ স্থানীয় লোকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে সেই বিষয়ে #ৰবিন_দত্ত চাৰে বক্তব্য আগবঢ়ায়।

খোৱাপানীত আৰ্চেনিক নিৰ্মূলৰ বাবে অনাগত দিনত Neeramoy - নিৰাময় ন্যাসে কাম কৰি যাব বুলি আজিৰ সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰো।

আজিৰ সভাত উপস্থিত থাকে খটৰা সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি #শ্ৰীকুশেশ্বৰ_বৈশ্য, প্ৰাক্তন সভাপতি #শ্ৰীযাদব_চন্দ্ৰ_মহন্ত, দিপীলা গাঁও পঞ্চায়তৰ সভাপতি #শ্ৰীগজেন_কলিতা, ভাৰতীয় কিশান সংঘৰ দৰং ওদালগুৰি জিলাৰ সভাপতি #শ্ৰীসত্যজিৎ_বৈশ্য, খটৰা কৃষ্টি সংঘৰ সভাপতি #শ্ৰীমনিন্দ_বৈশ্য, হাতীমাৰা গাঁৱৰ #শ্ৰীতপন_ডেকা, দিপীলাৰ #শ্ৰীনয়ন_বৰুৱা আৰু দিপীলা হাইস্কুলৰ কৰ্মচাৰী #শ্ৰীভৱেশ_কলিতা।

ধন্যবাদ সহকাৰে
কুশল ডেকা
সভাপতি, নিৰাময়

15/08/2026

শিৱসাগৰ জিলাৰ বহুতো ভিতৰুৱা অঞ্চলত এতিয়াও বৰ্নাত্যই খোৱা সামগ্ৰীৰ বাহিৰে অন্য সামগ্ৰী একোৱে পোৱা নাই।

 #ৰক্তদান_জীৱন_দান #ধেমাজি জিলাৰ  #বৰদলনীৰ ৰোগী  #অন্নদা_ডেকা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ  েন্সাৰ_কেয়াৰত চিকিৎসাধীন হৈ আছ...
14/08/2026

#ৰক্তদান_জীৱন_দান
#ধেমাজি জিলাৰ #বৰদলনীৰ ৰোগী #অন্নদা_ডেকা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ েন্সাৰ_কেয়াৰত চিকিৎসাধীন হৈ আছে।

জৰুৰীকালীন চিকিৎসাৰ বাবে তেখেতক ৩ ইউনিট ‍তেজৰ প্ৰয়োজন হয়।

নিৰাময় ন্যাসৰ শুভাকাংক্ষী #ৰাজু_কুৰ্মীয়ে আজি ব্যস্ততাৰ মাজতো ৰোগীগৰাকীৰ বাবে ৰক্তদান কৰে।

হাস্পতালত চিকিৎসাধীন ৰোগীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ লগতে ৰক্তদাতা #ৰাজু_কুৰ্মীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

ধন্যবাদ
টীম নিৰাময় 🙏

 #ৰক্তদান_জীৱন_দানNeeramoy - নিৰাময় ন্যাসৰ সক্ৰীয় সদস্য, কাৰ্যকৰী কমিটিৰ বিষয়ববীয়া তথা ৰক্তদাতা  #ৰাজু_সোনোৱালে আজি জীৱন...
14/08/2026

#ৰক্তদান_জীৱন_দান
Neeramoy - নিৰাময় ন্যাসৰ সক্ৰীয় সদস্য, কাৰ্যকৰী কমিটিৰ বিষয়ববীয়া তথা ৰক্তদাতা #ৰাজু_সোনোৱালে আজি জীৱনৰ একৈশ (২১) নং বাৰৰ বাবে ৰক্তদান কৰে।

GMCH Blood Bank ত এগৰাকী ৰোগীক AB +ve তেজৰ প্ৰয়োজন হোৱাত আমাৰ সৈতে যোগাযোগ কৰে আৰু #ৰাজু_সোনোৱালে গৈ অচিনাকী ৰোগীগৰাকীৰ বাবে ৰক্তদান কৰি সুখ অনুভৱ কৰে।

ৰোগীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ আৰু ৰক্তদাতা #ৰাজু_সোনোৱলৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

ধন্যবাদ
টিম নিৰাময়

নিৰাময় ন্যাসৰ সদস্য নৱজ্যোতি ৰাজবংশী আৰু হিৰামণী দেউৰী ৰ জীয়ৰী  #কিম_কাশ্যপ আৰু পুত্ৰ  #অংশুমান_ৰাজপুত্ৰৰ ওপজাদিন উপলক্ষ...
14/08/2026

নিৰাময় ন্যাসৰ সদস্য নৱজ্যোতি ৰাজবংশী আৰু হিৰামণী দেউৰী ৰ জীয়ৰী #কিম_কাশ্যপ আৰু পুত্ৰ #অংশুমান_ৰাজপুত্ৰৰ ওপজাদিন উপলক্ষে নিৰাময় ন্যাসৰ পুঁজিলৈ দুহেজাৰ (২০০০.০০) টকা আগবঢ়াইছে।

নিৰাময় ন্যাসৰ পৰিয়ালৰ তৰফৰ পৰা মৰমৰ #কিম_কাশ্যপ আৰু #অংশুমানলৈ জন্মদিনৰ শুভেচ্ছা যাছিলোঁ।

 #জন্মদিননিৰাময় ন্যাসৰ সভাপতি  #কুশল_ডেকা আৰু সদস্যা  #কল্যাণী_ৰাজবংশীৰ পুত্ৰ  #কুণাল_কাশ্যপৰ আজি ওপজাদিন।সমাজ কল্যাণৰ হ...
14/08/2026

#জন্মদিন
নিৰাময় ন্যাসৰ সভাপতি #কুশল_ডেকা আৰু সদস্যা #কল্যাণী_ৰাজবংশীৰ পুত্ৰ #কুণাল_কাশ্যপৰ আজি ওপজাদিন।

সমাজ কল্যাণৰ হকে কামকৰি অহা নিৰাময় ন্যাসৰ পুঁজিলৈ পুত্ৰৰ জন্মদিনত এহেজাৰ এক (১০০১.০০) টকা আগবঢ়াইছে।

নিৰাময় ন্যাসৰ সমূহ পৰিয়ালৰ পৰা #কুণাল_কাশ্যপলৈ জন্মদিনৰ শুভেচ্ছা আৰু মৰম যাচিলো|

Address

Akashi Path
Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Neeramoy - নিৰাময় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share