06/02/2022
সংগীত সম্ৰাগী কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ ডাঙৰীয়ানীৰ বিয়োগত মৰ্মাহত হৈ পৰিছোঁ। "সদৌ অসম মহিলা PWD ঠিকাদাৰ সন্থা"ৰ সমূহ বিষয়ববীয়াৰ হৈ ভাৰত ৰত্নগৰাকীলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনাই পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
॥ ঔম শান্তি ॥