All Assam cab mazdoor sangh

Call Directions Contact the organization

All Assam cab mazdoor sangh লগৌ বিক্ৰী কেন্দ্ৰ।। All Assam Cab Mazdoor Sangha

06/10/2026

কেব মজদূৰৰ কাৰ্য্যালয়ত মদৰ আড্ডা।

05/10/2026

স্বীকৃতিপ্ৰাপ্ত দালাল।

02/10/2026
29/09/2026

আমি তিনিওজন স্বীকৃতিপ্ৰাপ্ত সভাপতি। সংগঠন চলাওঁ, লগৌ বিক্ৰী কৰোঁ, পেটে-ভাতে জীয়াই থাকোঁ।

পৰিবহণ বিভাগৰ বিৰুদ্ধে যুক্তি সহকাৰে মাত মাতিলে আমাৰ লগৌ বিক্ৰীৰ কেন্দ্ৰটোয়েই যদি বন্ধ হৈ যায়, তেন্তে সংসাৰ চলাম কেনেকৈ? আমাৰো পৰিয়াল আছে, বাচ্চা আছে!

সেয়ে ৰাইজক দেখাই মাজে-মাজে “বন্ধ উৎসৱ” পাতি সংগঠনকেইটা জীয়াই ৰাখিব লাগে। বেছি চিধা কথা ক’লে যদি বেপাৰেই বন্ধ হৈ যায়, তেন্তে আমাৰ পেটৰ দায়িত্ব কোনে লব?

অপ্ৰিয় সত্য কোৱাৰ বাবে বেয়া নাপাব-
ধন্যবাদেৰে-
স্বীকৃতি প্ৰাপ্ত তিনি লগৌ বিক্ৰী কেন্দ্ৰ।।

Address

Guwahati
781036

Telephone

+918822125595

Website

Alerts

Be the first to know and let us send you an email when All Assam cab mazdoor sangh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Assam cab mazdoor sangh:

Shortcuts

Share

Category