New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ

  • Home
  • India
  • Guwahati
  • New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ

New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ, Panara, Guwahati.

04/03/2026

ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা দেৱে ভলীবল আৰু ফুটবল প্ৰদান কৰা বাবে পানাৰা "নিউ নৱ সূৰুয ক্লাবৰ" তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো । আশা কৰোঁ তেখেতে অনাগত দিনত "বেডমিণ্টন" আৰু "কেৰম বোৰ্ড" প্ৰদান কৰি আমাৰ ক্লাবৰ সদ্স্য সকলক উপকৃত কৰিব ।
Diganta Kalita

ষষ্ঠ বাৰ্ষিক নিউ নৱ সূৰুয ক্লাবৰ সৌজন্যত‌ গগন দত্ত সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখন সফলতাপূৰ্ণ ভাবে সমাপ্ত হ...
15/01/2026

ষষ্ঠ বাৰ্ষিক
নিউ নৱ সূৰুয ক্লাবৰ সৌজন্যত‌ গগন দত্ত সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখন সফলতাপূৰ্ণ ভাবে সমাপ্ত হয় ।
চূডান্ত খেল খনত বিজয়ী হয় SAQLIN XI দল আৰু runners up হয় পানাৰা বাৰোৱাৰি ক্ৰিকেট ক্লাব ।
কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ লগতে সমূহ শুভাকাংক্ষী তথা খেলুৱৈ তথা সমূহ ক্ৰীয়াপ্ৰেমী ৰাইজলৈ সু শৃংখলাবদ্ধ ভাৱে প্ৰতিযোগিতাখন চলাই নিয়াত সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শৰ বাবে New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।

14/01/2026
18/10/2025

সমূহ ভক্তপ্ৰাণ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাও যে এইবেলি অনুষ্ঠিত হবলগীয়া দিপাৱলী উৎসৱত আমাৰ চিঠিত উল্লেখ কৰা আতচবাজী অনুষ্ঠানতো অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই স্থগিত ৰখা হৈছে।

আজি ইং 01/10/2025 তাৰিখে পানাৰা New Naba Suruj Club ৰ উদ্যোগত আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ দেৱৰ আদ্য শ্ৰাদ্ধৰ লগত...
01/10/2025

আজি ইং 01/10/2025 তাৰিখে পানাৰা New Naba Suruj Club ৰ উদ্যোগত আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ দেৱৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি তেখেতৰ স্মৃতিত তেখেতে ভাল পোৱা "নাহৰ" গছৰ পুলি ৰোপন কৰো।🌳🌳🌳
জয় জুবিন দা ♥️
Zubeen Garg

পানাৰা ২ নং কৰৈবাৰী প্ৰা.বি. প্ৰাংগনত NNSC আৰু পানাৰা উদিত সূৰুয সংঘ  ৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।আমা...
20/09/2025

পানাৰা ২ নং কৰৈবাৰী প্ৰা.বি. প্ৰাংগনত NNSC আৰু পানাৰা উদিত সূৰুয সংঘ ৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব ।🙏🏻
Zubeen Garg ❣️

নিউ নৱ সূৰুজ ক্লাবৰ তৰফৰ পৰা পানাৰা অঞ্চলৰ গৌৰৱ তথা ৪৫ নং বৰলেছাকোনা প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান...
30/06/2025

নিউ নৱ সূৰুজ ক্লাবৰ তৰফৰ পৰা পানাৰা অঞ্চলৰ গৌৰৱ তথা ৪৫ নং বৰলেছাকোনা প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ভূপেন চন্দ্ৰ দত্তক সম্বৰ্দ্ধনা জনোৱা হয় ।
শিক্ষকতাৰ দৰে মহান বৃত্তিক আঁকোৱালি লৈ নি:স্বাৰ্থভাৱে সমাজত শিক্ষাৰ পোহৰ বিলাই এখন সুস্থ সমাজ গঢ় দিয়াত তেখেতে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে তাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেঁওৰ অৱসৰী জীৱন সুখৰ হওঁক ।

শেষত আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

যোৱা ৩১/১০/২৪ তাৰিখে নিউ নৱ সূৰুয ক্লাবৰ সৌজন্যত দিপাৱলী উৎসৱৰ সফল সমাপ্তি হয়।
03/11/2024

যোৱা ৩১/১০/২৪ তাৰিখে নিউ নৱ সূৰুয ক্লাবৰ সৌজন্যত দিপাৱলী উৎসৱৰ সফল সমাপ্তি হয়।

26/10/2024

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏

Address

Panara
Guwahati
781133

Website

Alerts

Be the first to know and let us send you an email when New Naba Suruj Club - নিউ নৱ সূৰুজ ক্লাৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share