Pokha Foundation - পোখা ফাউণ্ডেশ্যন

  • Home
  • India
  • Gauhati
  • Pokha Foundation - পোখা ফাউণ্ডেশ্যন

Pokha Foundation - পোখা ফাউণ্ডেশ্যন ~A welfare-oriented group of youngsters in the service of social upliftment. Registration No. : RS/NAL/246/O/43 of 2021-2022

(Including education, environment, child and women welfare, health, rural development, science & technology)

অসমীয়া প্ৰতিদিন কাকতত আমাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ বাতৰি।
01/03/2024

অসমীয়া প্ৰতিদিন কাকতত আমাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ বাতৰি।

আজি ইং ২৮ ফেব্ৰুৱাৰী ২০২৪ বুধবাৰে 'অধ্যাপক উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেশ্যন"ৰ উদ্যোগত "পোখা ফাউণ্ডেশ্যনৰ সৌজন্যত  আয়োজিত ...
28/02/2024

আজি ইং ২৮ ফেব্ৰুৱাৰী ২০২৪ বুধবাৰে 'অধ্যাপক উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেশ্যন"ৰ উদ্যোগত "পোখা ফাউণ্ডেশ্যনৰ সৌজন্যত আয়োজিত বিনামূলীয়া চকু চিকিৎসা শিবিৰত গুৱাহাটীস্থ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষন কাৰ্যসূচী সুসম্পন্ন হয়।
শ্ৰদ্ধাৰে শতাধিক ৰাইজৰ সেৱা কৰাৰ সুযোগে বিমল আনন্দ দিয়ে।
শিবিৰ উদ্বোধক নলবাৰী জিলা সাহিত্য সভা সম্পাদক শ্ৰী পংকজ বেজবৰুৱাৰ শলাগ লৈছোঁ লগতে ,চিকিৎসক, সংবাদ কৰ্মী আৰু স্থানীয় পশ্চিম নান্নাট্টাৰী ৰাইজৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ ।
ধন্যবাদ।

7th August, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted...
07/08/2022

7th August, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted an awareness campaign program on Covid-19 vaccination of Baksa District, Assam.
The entire program has been successfully led and completed by Mridul Kalita of Pokha Foundation.


::সহায়ৰ বাবে মিনতি: Jayanta Barman শ্ৰী জয়ন্ত বৰ্মন, ওদালগুৰি জিলাৰ মাজবাটৰ মহিলাপাৰা গাওঁৰ এজন অতি প্ৰতিভাৱান,সহজ-সৰল...
04/08/2022

::সহায়ৰ বাবে মিনতি:

Jayanta Barman
শ্ৰী জয়ন্ত বৰ্মন, ওদালগুৰি জিলাৰ মাজবাটৰ মহিলাপাৰা গাওঁৰ এজন অতি প্ৰতিভাৱান,সহজ-সৰল আৰু শান্ত স্বভাৱৰ যুৱক । আমি অতি দুখেৰ আপোনালোকক জনাবলগীয়া হৈছে যে তেওঁ বৰ্তমান গুৱাহাটীস্থিত GMCH চিকিৎসালয়ত এক জটিল ৰোগৰ সৈতে যুঁজি আছে।
কিন্তু আৰ্থিক দুৰৱস্থা তথা উন্নত চিকিৎসাৰ হেতু বৰ্তমান তেওঁক আপোনালোকৰ অকণমান সহাঁৰিৰ প্ৰয়োজন। ইতিমধ্যে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইস্থিত Apollo Hospitalলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে যদিও দুৰ্ভগীয়া পৰিয়ালটোৱে বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ পৰিছে। গতিকে অনুগ্ৰহ কৰি পৰিয়ালটো তথা যুৱকজনৰ সুস্থতাৰ বাবে প্ৰত্যেকজন সুহৃদ ব্যক্তিয়েই সহায়ৰ হাত আগবঢ়াব বুলি আমি অতিশয় আশাবাদী। যিহেতু আপোলোকৰ ক্ষুদ্ৰতম প্ৰয়াসে এজন ব্যক্তিৰ জীৱন উদ্ধাৰ কৰিব পাৰে,তাক সহায় কৰিবলৈ আপোনালোকলৈ কৰযোৰে প্ৰাৰ্থনা।
হয়তো আপোনালোকৰ বহুতে জানে যে তেওঁ এজন অতি প্ৰতিভাশালী চিত্ৰশিল্পী । তাৰোপৰি সাংস্কৃতিক অথবা যিকোনো সমাজ হিতৈষী কামত তেওঁ সদায় আগবাঢ়ি আহিছিল । গতিকে তেনে এজন যুৱকক আপোনালোকে নিজৰ সামৰ্থ অনুায়ী সহায় কৰিব বুলি আমি আশাবাদী । লগতে তেওঁক আশীৰ্বাদ কৰিব তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেওঁ অতি সোনকালে আমাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহে ।
গতিকে তলত উল্লেখ কৰা তথ্যখিনিৰ ভিত্তিত আপোনালোকে ইচ্ছা অনুযায়ী আৰ্থিক সাহায্য সমূহ আগবঢ়াই যেন।
ধন্যবাদ

Banking Details–
Name- Joy Pratim Saikia
A/C No- 0500010293891
IFSC- PUNB0050020
PUNJAB NATIONAL BANK, NARAYANPUR BRANCH

15th July, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted ...
16/07/2022

15th July, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted an awareness campaign program on Covid-19 vaccination with the members of Self-Help Groups and Asha workers of Oxiguri, Samthaibari village belonging to the Nimua Primary Health Centre of Baksa District, Assam.
The entire program has been successfully led and completed by the President Monjyoti Baruah and Member Gunjan Kalita of Pokha Foundation.


10/06/2022 ত বাক্সা জিলাৰ কুছিয়াখান্দা গাঁওৰ আত্মসহায়ক গোটৰ সদস্য আৰু গাঁওখনৰ অন্য মহিলাৰ লগত কভিদ সম্পৰ্কত অনুষ্ঠিত হোৱ...
11/06/2022

10/06/2022 ত বাক্সা জিলাৰ কুছিয়াখান্দা গাঁওৰ আত্মসহায়ক গোটৰ সদস্য আৰু গাঁওখনৰ অন্য মহিলাৰ লগত কভিদ সম্পৰ্কত অনুষ্ঠিত হোৱা আলোচনাৰ কিছু দৃশ্য।

4/06/2022 তাৰিখে VHAI,VHA ASSAM আৰু POKHA FOUNDATION ৰ দ্বাৰা জালাহ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত বিভিন্ন ঠাইত কভিড সজাগতামূলক...
07/06/2022

4/06/2022 তাৰিখে VHAI,VHA ASSAM আৰু POKHA FOUNDATION ৰ দ্বাৰা জালাহ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত বিভিন্ন ঠাইত কভিড সজাগতামূলক বেনাৰ লগোৱা হয়।

নিমুৱা স্বাস্থ্যখণ্ডৰ অন্তৰ্গত জাখলীবিল গাঁওত স্হানীয় আত্মসহায়ক গোটৰ সদস্য সকলৰ সহযোগত COVID19 টিকাকৰণ সন্দৰ্ভত অনুষ্ঠিত...
30/05/2022

নিমুৱা স্বাস্থ্যখণ্ডৰ অন্তৰ্গত জাখলীবিল গাঁওত স্হানীয় আত্মসহায়ক গোটৰ সদস্য সকলৰ সহযোগত COVID19 টিকাকৰণ সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতামূলক শোভাযাত্ৰা কিছু দৃশ্য।

Today, on 25th May, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have c...
25/05/2022

Today, on 25th May, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted an awareness campaign program on Covid-19 vaccination with the members of Self-Help Groups of Narshingabari locality belonging to the Nimua Primary Health Centre of Baksa District, Assam.
The entire program has been successfully led and completed by the Member Mridul Kalita of Pokha Foundation.
Regards.

Today, on 20th May, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have c...
20/05/2022

Today, on 20th May, 2022, we, Pokha Foundation in association with Voluntary Health Association of India, UNICEF, have conducted an awareness campaign program on Covid-19 vaccination with the members of Self-Help Groups and Asha workers of Moirajhar Gaon, Moirajhar Pothar and Jakhlibil Pothar belonging to the Nimua Primary Health Centre of Baksa District, Assam.
The entire program has been successfully led and completed by the President Monjyoti Baruah and Member Mridul Kalita of Pokha Foundation.


Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Pokha Foundation - পোখা ফাউণ্ডেশ্যন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share