14/06/2025
যোৱা ১২ জুনত আহমেদাবাদৰ Air India Flight AI 171 দুৰ্ঘটনাত নিহত যাত্ৰীসকল আৰু B J Medical College ৰ নিহত ছাত্ৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাস,শ্বহীদ কনকলতা ছাত্ৰীনিবাস আৰু ড° কমলা ৰয় ছাত্ৰীনিবাস পৰিয়ালৰ তৰফৰ পৰা কটন বিশ্ববিদ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰোঁ, লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰোঁ।