Umananda Foundation

Umananda Foundation অন্ত্যোদয় আমাৰ লক্ষ্য.....
Our aim is to be reach to the last person of the society

13/08/2025
13/08/2025

বিশিষ্ট ঔপন্যাসিক, নাট্যকাৰ তথা বোলছবি পৰিচালক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী শ্ৰদ্ধাৰ ভৱেন্দ্ৰ নাথ শ‍ইকীয়া দেৱক পুণ্য তিথিত শ্রদ্ধা নিবেদিছোঁ। সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়াই যোৱা শ‍ইকীয়াদেৱ সদায় তেখেতৰ কৰ্মৰাজিৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিব।

10/08/2025

ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন। যি বান্ধোনত বান্ধ খাই থাকে অকৃত্রিম প্রেম, আত্মীয়তা, একতা, শ্রদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা।

আজি পৱিত্ৰ ৰাক্ষী বন্ধনৰ শুভক্ষণত প্রতিগৰাকী ভাই-ভনীলৈ শুভেচ্ছা যাছিলো।

10/08/2025

আজিৰ দিনটোৰ কাৰ্যসূচী

10/08/2025

গুৱাহাটী পৌৰ নিগমে এইবাৰ সৃষ্টিশীলতা আৰু প্ৰতিভা বিকাশৰ এখন মঞ্চৰ আয়োজনৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে...🇮🇳

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আপুনিও গুৱাহাটী পৌৰ নিগমে বিভিন্ন আয়োজন কৰা আমাৰ ৰাষ্ট্ৰীয় স্বাভিমানক সন্মান জনোৱাৰ অৰ্থে ৰং, ৰংগোলী আৰু ৰীল নিৰ্মাণৰ ৰোমাঞ্চকৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আপোনাৰ প্ৰতিভা বিকশিত কৰাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰক আৰু এখন সেউজ ,সুন্দৰ আৰু স্বচ্ছ ভাৰতৰ অগ্ৰণী সেনানী হিচাপে সহযোগিতা আগবঢ়াঁওক।

আবেদনৰ তাৰিখ:- ৮ আগষ্টৰ পৰা–১৩ আগষ্ট, ২০২৫ লৈ!

🏆 পুৰস্কাৰ বিতৰণৰ তাৰিখ:- ১৫ আগষ্ট, ২০২৫

🔗 যোগাযোগ:- events.gmconline.in

#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Guwahati Municipal Corporation

10/08/2025



সকলোকে অনুপ্ৰাণিত কৰা আজিৰ দিনটোৰ এখন শ্ৰেষ্ঠ আৰু হৃদয়স্পৰ্শী স্থিৰচিত্ৰ!


Narendra Modi ...🙏🙏🙏

Address

Guwahati

Telephone

+916001246856

Website

Alerts

Be the first to know and let us send you an email when Umananda Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Umananda Foundation:

Share