GDC ASSU

GDC ASSU Daily update of the organization

Congratulations to newly elected President Ainstain Hembrom and General Secretary  Besra Gossaigaon District Commettee A...
23/10/2025

Congratulations to newly elected President Ainstain Hembrom and General Secretary Besra Gossaigaon District Commettee ASSU

@

09/03/2025
Kamru Disạm Mohotsav bisoe te ASSU head office re GDC reaḱ Gapalmarao huyena
07/03/2025

Kamru Disạm Mohotsav bisoe te ASSU head office re GDC reaḱ Gapalmarao huyena

সদৌ চাওঁতাল ছাত্ৰ সন্থা গোঁসাইগাওঁ জিলা সমিতিৰ উদ্যোগত নিম্নলিখিত  বিষয়কলৈ তিনি ঘণ্টিয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয...
11/02/2025

সদৌ চাওঁতাল ছাত্ৰ সন্থা গোঁসাইগাওঁ জিলা সমিতিৰ উদ্যোগত নিম্নলিখিত বিষয়কলৈ তিনি ঘণ্টিয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

১/ অসমৰ চাওঁতাল জনগোষ্টীক ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা।
২/ অসম চৰকাৰে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণ সন্দৰ্ভত জনগোষ্টীয় প্ৰতিবেদন প্ৰেৰণ কৰা ।
৩/ অসমত চাওঁতাল সকলক চাহ জনগোষ্টীৰ পৰিৰ্বতে চাওঁতাল হিচাপে স্বীকৃতি প্ৰদান কৰা ।
৪/ অসমত প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈ চাওঁতালী ভাষাৰ পাঠ্যপুথি প্ৰণয়ন আৰু শিক্ষক- শিক্ষয়ত্ৰী নিযুক্তিৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা । 
৫/ অন্যান্য পৰম্পৰা বনাঞ্চল নিৱাসী আইন ২০০৬ক পুনৰীক্ষণ কৰা ।
৬/ অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ৰ দশম অধ্যায় অনুসৰি অসমৰ ভূমিপুত্ৰ চাওঁতাল সকলক ভুমি সংৰক্ষণ আৰু অধিকাৰ প্ৰদান কৰা।
৭/ ১৯৯৬-৯৮ আৰু ২০১৪ চনত হোৱা গোষ্ঠী সংৰ্ঘষৰ ফলত মূত্যু হোৱা পৰিয়ালক ৫০০০০০/(পাচঁলাখকৈ) আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, ক্ষতিগ্ৰস্ত আৰু ভূমিহীন পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ লগতে পুনৰসংস্থাপন প্ৰদান কৰা।
৮/ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্টিত কৰা ।

Jotoko seledoḱ lạgidoḱ tepe nehor ocoyena
09/02/2025

Jotoko seledoḱ lạgidoḱ tepe nehor ocoyena

07/10/2024

Santal Freshers
Hope Jms Hasdak

Nawa aroyen Gossaigaon Inter College santal students union re nawa te bachao bahal ucuyen president, Secratary kin aema ...
10/09/2024

Nawa aroyen Gossaigaon Inter College santal students union re nawa te bachao bahal ucuyen president, Secratary kin aema johar

@

অসমৰ আদিবাসী তথা চাওঁতাল জনগোষ্ঠীৰ বাবে আজি এক কলা দিন। ১৯৯৬ চনত আজিৰ দিনতেই তেতিয়াৰ বিদ্ৰোহী সংগঠন গোটে জনগোষ্ঠীটোৰ ওপৰ...
15/05/2024

অসমৰ আদিবাসী তথা চাওঁতাল জনগোষ্ঠীৰ বাবে আজি এক কলা দিন। ১৯৯৬ চনত আজিৰ দিনতেই তেতিয়াৰ বিদ্ৰোহী সংগঠন গোটে জনগোষ্ঠীটোৰ ওপৰত চলাইছিল এক নৰসংসাৰ(হত্যা) লীলা। এই নৰসংসাৰত কণ-কণ শিশুৰ পৰা বৃদ্ধালৈকে প্ৰায় সহশ্ৰাধিক লোকৰ অমানৱীয় মৃত্যু হৈছিল। সদৌ চাওঁতাল ছাত্ৰ সন্থাই এনেধৰণৰ ঘটনাক নিন্দা জনাইছো আৰু ভৱিষ্যতেও এনে ঘটনা পুনৰাবৃতি নহবলৈ আহ্বান জনাইছোঁ। আজিৰ দিনটো এছুই কলা দিন হিচাপে পালন কৰি আহিছে। ঘটনাৰ সৈতে জড়িতসকলক উচিত শাস্তি প্ৰদান কৰা আৰু এই ঘটনাত মৃত্যু হোৱা আৰু গৃহহাৰা হোৱা লোকক পাচঁ লাখকৈ এক কালীন আৰ্থিক সাহায্য আৰু পুনৰসংস্থাপন দিয়াৰ বাবে অসম চৰকাৰক দাৱী জনাইছোঁ। লগতে ১৯৯৮ আৰু ২০১৪ চনত হোৱা গোষ্ঠী সংঘাতৰ ফলত মৃত্যু আৰু গৃহহীণ হোৱা পৰিয়ালকো উচিত ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপন পাবৰ বাবে অসম চৰকাৰক দাৱী জনালোঁ।
জয় চান্তাল জয় এছু
the santal #
community of assam #
demand relief grant #
of assam #
of btr #
kr hembrom long live #
soren long live #
#15 may black day #

গসাইগাওঁ মহুকুমাধিপতি কাৰ্যাল়য় সন্মুখত সদৌ চাওঁতাল ছাত্ৰ সন্থা গোঁসাই গাওঁ জিলা সমিতিৰ ৩ ঘণটিয়া ধৰ্ণা কাৰ্য্যসচি।    আজ...
19/02/2024

গসাইগাওঁ মহুকুমাধিপতি কাৰ্যাল়য় সন্মুখত সদৌ চাওঁতাল ছাত্ৰ সন্থা গোঁসাই গাওঁ জিলা সমিতিৰ ৩ ঘণটিয়া ধৰ্ণা কাৰ্য্যসচি।
আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা গোঁসাই গাওঁ জিলা সমিতিয়ে,,,,,,
১/ জনজাতিকৰন।
২/ ৩৪২ অনুচেদ অনুসৰি অসমৰ চাওঁতাল জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা।
২/ প্ৰাক-প্ৰামিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈ চাওঁতালী মাধ্যম হিচাপে প্ৰবৰ্তন কৰা আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।
৩/ ১৮৮৬ চনৰ ভূমি আৰু ৰাজহ আইনৰ অধীনত চাওঁতাল সকলক সুৰক্ষা প্ৰদান কৰা আৰু আইনক সঠিক ৰূপায়ণ কৰা।
৪/ ১৯৯৬-৯৮ আৰু ২০১৪ চনত হোৱা গোষ্ঠী সংঘাতৰ ফলত মৃত্যু আৰু গৃহহাৰা হোৱা পৰিয়ালক ৫,০০০০০/- পাচঁ লাখ টকা একালী আৰ্থিক সাহায্য প্ৰদান কৰা।
৫/ ২০২২ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আদিবাসী প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা আদিবাসী শান্তি শক্তিৰ দফাসমুহক সঠিক ৰূপে শীঘ্ৰে ৰূপায়ণ কৰা।
৬/ অসমৰ চাওঁতাল জনগোষ্ঠীৰ নিৰাপত্তা, স্বাভিমান আৰু আত্মপৰিচয় আৰু জীয়াই থকাৰ স্থায়ী সমাধানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা।
এই চয় দফিয়া দাবী লৈ ৩ ঘণ্টিয়া ধর্ণা কৰ্য্যসুচি ৰূপায়ন কৰে।
NO ST NO REST
WE WANT LAND PATTA
চান্ততালি শিক্ষক নিযুক্তি প্ৰদান কৰক
আদি শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে

ASSU Gossaigaon District Committee distributes bags to poor students and also encourages them to be aware of studies
03/02/2024

ASSU Gossaigaon District Committee distributes bags to poor students and also encourages them to be aware of studies

আন্তৰিক অভিনন্দন চনিয়া সোণা চৰেন  ঁ ইমানুৱেল চৰেন পূৰ্বে তেওঁলোক খাটৰবাৰী,নাগ্ৰীজুলিত বাস কৰিছিল এতিয়া গুৱাহাটী নিবাসী...
17/01/2024

আন্তৰিক অভিনন্দন
চনিয়া সোণা চৰেন ঁ ইমানুৱেল চৰেন পূৰ্বে তেওঁলোক খাটৰবাৰী,নাগ্ৰীজুলিত বাস কৰিছিল এতিয়া গুৱাহাটী নিবাসী APSC ক্লিয়াৰ কৰিলে Assistant Accounts Officer হিচাপে, সান্তাল সম্প্ৰদায়ৰ পৰা APSC ক্লিয়াৰ কৰা প্ৰথমগৰাকী ছোৱালী।
সুখী হোৱা । তোমাৰ সফলতাত আমি অতি সুখী। ঈশ্বৰে আশীৰ্বাদ কৰক।

Happy Birthday GS  Soren May god bless you
15/01/2024

Happy Birthday GS Soren May god bless you

Address

Gossaigaon
Gossaigaon

Telephone

+918011950595

Website

Alerts

Be the first to know and let us send you an email when GDC ASSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share