Golaghat Quiz Forum

Golaghat Quiz Forum Like us and help us growing.

Golaghat Quiz Forum is a small initiative by the quizzerds of Golaghat District to develop and promote quizzical mindset among the students from school level.

ভ্ৰাম্যমাণ মুকলি কুইজ ২০২৫১৭ জুলাইৰ পৰা ২১ জুলাইলৈ গোলাঘাট কুইজ ফ’ৰামৰ এয়া আছিল পাঁচদিনীয়া এক ব্যতিক্ৰমী কুইজিকেল যাত্ৰা...
01/08/2025

ভ্ৰাম্যমাণ মুকলি কুইজ ২০২৫

১৭ জুলাইৰ পৰা ২১ জুলাইলৈ গোলাঘাট কুইজ ফ’ৰামৰ এয়া আছিল পাঁচদিনীয়া এক ব্যতিক্ৰমী কুইজিকেল যাত্ৰা। নতুন একাংশ শিক্ষাৰ্থীৰ মাজত কুইজৰ গুৰুত্ব সম্পৰ্কে সজাগতা তথা কুইজৰ প্ৰসাৰতাই আছিল ইয়াৰ মূল লক্ষ্য। প্ৰতিটো প্ৰশ্নৰ বাবেই আছিল ভিন্ন আকৰ্ষণীয় উপহাৰ। উপস্থিত পুৰস্কাৰ লাভ নকৰা শিক্ষাৰ্থী সকলৰ বাবেও আছিল উদগণিমূলক উপহাৰ। প্ৰতিটো অঞ্চলৰ সৰ্বাধিক শুদ্ধ উত্তৰ প্ৰদান কৰা প্ৰতিযোগীক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ কুইজাৰৰ বিশেষ স্বীকৃতি। ৰাংঢালী,কুৰুৱাবাহী,সৰুপথাৰ,পুলিবৰ,আহোমগাঁও অঞ্চলত ক্ৰমান্বয়ে বিশাল বৰা,প্ৰাপ্তি হাজৰিকা,প্ৰয়াসী বৰা,সমাহিতা গগৈ,চায়ামণি বৰাই শ্ৰেষ্ঠ কুইজাৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

দিহা-পৰামৰ্শ,ঠাইৰ ব্যৱস্থা,প্ৰতিযোগীৰ সৈতে সমন্বয় স্থাপন ইত্যাদিৰে কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা ক্ৰমে ভাস্কৰ কাকতি ছাৰ,পলাশ সন্দিকৈ ছাৰ,প্ৰদীপ সোনাৰ ছাৰ,মানস ভঁৰালী ছাৰ,বিশ্বজিত ডি চেতিয়া দা,প্ৰিয়াশু প্ৰাঞ্জল দা,মৃগাংক শেখৰ কোঁৱৰ দা,পলাশ লইং দা,জিতেন বৰা দা,অলিম্পী শ্ৰেয়ম গগৈকে মুখ্য কৰি জড়িত আটাইকে কৃতজ্ঞতা তথা ধন্যবাদ। তিনিগৰাকী সংবাদকৰ্মী ক্ৰমে সিদ্ধাৰ্থ সন্দিকৈ,অমৃত নাগৰি,দিপমণি খাটনিয়াৰ ডাঙৰীয়াকো এই আপাহতে আন্তৰিক ধন্যবাদ। সুন্দৰভাৱে সকলো সমাধা কৰা ফ’ৰামৰ সক্ৰিয় সদস্যসকল নিশ্চিতভাৱে প্ৰশংসাৰ পাত্ৰ।

কাইলৈৰ পৰা। আহিব॥
16/07/2025

কাইলৈৰ পৰা। আহিব॥

Inter School Quiz Competition organised by VK NRL Hospital in collaboration with VKV,Golaghat. It was conducted by Golag...
12/02/2025

Inter School Quiz Competition organised by VK NRL Hospital in collaboration with VKV,Golaghat.
It was conducted by Golaghat Quiz Forum.

Address

Golaghat
785621

Telephone

+919706919701

Website

Alerts

Be the first to know and let us send you an email when Golaghat Quiz Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share