15/09/2026
এটা যুগৰ অৱসান 🙏🌸
শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত দেৱে ১০৩ বছৰ বয়সত বৈকুণ্ঠলৈ গমণ কৰিলে .. এয়া অসমৰ বাবে এক অপূৰণীয় ক্ষতি .. তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏🌸
Om shanti 🌸