Helping Hands Society Ltd.

Helping Hands Society Ltd. Helping Hands Society Ltd
We Always there for you

শিক্ষাদানৰ মহান আদৰ্শত ব্ৰতী হৈ খাৰৈপৰীয়া অঞ্চলটোত জ্ঞানৰ সৌৰভ বিলোৱা আমাৰ শিক্ষাগুৰু সকললৈ 'Helping Hands Society Ltd'প...
06/09/2024

শিক্ষাদানৰ মহান আদৰ্শত ব্ৰতী হৈ খাৰৈপৰীয়া অঞ্চলটোত জ্ঞানৰ সৌৰভ বিলোৱা আমাৰ শিক্ষাগুৰু সকললৈ 'Helping Hands Society Ltd'পৰিয়ালৰ ফালৰ পৰা 'শিক্ষক দিৱস'ৰ দিনা শুভেচ্ছা যাছিলো…
কুশলে থাকক আপোনালোক,
জ্ঞানৰ জ্যোতিৰে জ্যোতিস্মান কৰি ৰাখক সকলোকে।

এয়া আমাৰ প্ৰথম পদক্ষেপ,
সকলোৰে আৰ্শীবাদ তথা সহযোগিতা আমাৰ একান্তই কাম্য

Address

Majikuchi
Gohpur
784178

Website

Alerts

Be the first to know and let us send you an email when Helping Hands Society Ltd. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share