ABVP Gohpur Unit -Biswanath District

ABVP Gohpur Unit -Biswanath District �ভাৰত মাতা কি জয়�

05/04/2026
গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাওনমুখত পকেট বৈঠক তথা নতুন ভোটাৰ, যুৱ ভোটাধিকাৰি লগত বাৰ্তালাপ লগতে গাঁৱৰ বিভিন্ন স্থান...
04/04/2026

গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাওনমুখত পকেট বৈঠক তথা নতুন ভোটাৰ, যুৱ ভোটাধিকাৰি লগত বাৰ্তালাপ লগতে গাঁৱৰ বিভিন্ন স্থানত ১০০% ভোটদানৰ আহ্বানেৰে ABVP Gohpur Kalabariৰ অভিযান।





অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ গহপুৰ আৰু ছয়দুৱাৰ শাখাৰ উদ্যোগত অহা ১২ জানুৱাৰী ২০২৬ তাৰিখে "ৰাষ্ট্ৰীয় যুৱ দিৱস" উপলক্ষে...
10/01/2026

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ গহপুৰ আৰু ছয়দুৱাৰ শাখাৰ উদ্যোগত অহা ১২ জানুৱাৰী ২০২৬ তাৰিখে "ৰাষ্ট্ৰীয় যুৱ দিৱস" উপলক্ষে ছয়দুৱাৰ মহাবিদ্যালয়ত এটি শোভাযাত্ৰা আৰু চিত্রাংকণ প্রতিযোগিতা আয়োজন কৰা হৈছে।

১. চিত্রাংকণ'ৰ বিষয়- স্বামী বিবেকানন্দ। ( অষ্টমৰ পৰা দশম আৰু একাদশৰ পৰা ৬'ম ষান্মাসিক'লৈ)....

স্থান: ছয়দুৱাৰ মহাবিদ্যালয়।
তাৰিখ - ১২ জানুৱাৰী ২০২৬
সময়: ৰাতিপুৱা ১১ বজাত
যোগাযোগ - ৯৬৭৮৪৭২৪৬৭, ৯৩৯৫১০৫৯৯২.

25/12/2025

31st State Conference of ABVP Assam Pradesh in Dhubri, Assam

Hearty Congratulations! 💐🚩ABVP and TMPK alliance wins uncontested 5 key posts in the Kalabari College Students' Union El...
13/09/2025

Hearty Congratulations! 💐🚩

ABVP and TMPK alliance wins uncontested 5 key posts in the Kalabari College Students' Union Election 2025-26:

1. Assistant General Secretary
2. Social Service Secretary
3. Sports Secretary
4. Magazine Secretary
5. Girls' Common Room Secretary

Kudos to the winning team! 🎉
"

"হে নৱাগত মহাবিদ্যালয়ৰ বাকৰিলৈ তোমাক স্বাগতম"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয...
01/08/2025

"হে নৱাগত
মহাবিদ্যালয়ৰ বাকৰিলৈ
তোমাক স্বাগতম"

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ৰ শাখাৰ তৰফৰ পৰা প্ৰথম দিনা কলেজত আগত নৱাগত বিদ্যাৰ্থী সকলক পুষ্প, তিলক আৰু কলমৰে পৰিসৰৰ বাকৰিলৈ স্বাগতম জনোৱা হয়।

ABVP গহপুৰ শাখা‌ আৰু‌ ছয়দুৱাৰ শাখাৰ দ্বাৰা NSUIৰ দ্বাৰা কৃত ধৰ্ষণকাৰ্যৰ প্ৰতিবাদত ৰাহুল গান্ধী‌ আৰু উদিত প্ৰধানৰ পুত্তল...
24/07/2025

ABVP গহপুৰ শাখা‌ আৰু‌ ছয়দুৱাৰ শাখাৰ দ্বাৰা NSUIৰ দ্বাৰা কৃত ধৰ্ষণকাৰ্যৰ প্ৰতিবাদত ৰাহুল গান্ধী‌ আৰু উদিত প্ৰধানৰ পুত্তলিকা দাহ

NSUIৰ প্ৰকৃত অৰ্থ দৰাচলতে নাৰী শোষণ ইউনিয়ন অফ ইণ্ডিয়া। নিজকে সদায় সত বুলি পৰিচয় দিব খোজা NSUIৰ প্ৰকৃত ভণ্ড স্বৰূপ সচেতন ছাত্ৰসমাজে চিনিছে । এই ধৰ্ষণকাৰ্যই সংগঠনটো নীতি আদৰ্শৰ নামত কিমান নিম্নখাপৰ আৰু ফোপোলা, সেয়াও উদঙাই দিলে ।"

19/06/2025

Address

Gohpur

Telephone

+919365834362

Website

Alerts

Be the first to know and let us send you an email when ABVP Gohpur Unit -Biswanath District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Gohpur Unit -Biswanath District:

Share