08/09/2025
অপৗন নিঃতম (Opén Ni:tom)ৰে TMPK MMK আৰু TMMK মিংমাং আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰম্ভ ৷
উপস্থিত ক্ৰমে TMPK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিগাং চান দঃঞি পাংগিং; সহকাৰী সাধাৰণ সম্পাদক মিগাং হৰিচন্দ্ৰ কামান; সাহিত্য সম্পাদক মিগাং বিদ্যাসাগৰ দলে আৰু মিগাং সঞ্জীৱ মিলি ডাঙৰীয়াৰ উপস্থিতিত উঠি অহা নৱ প্ৰজন্ম আৰু সমাজ সংস্কাৰ বাবে TMPKৰ দ্বায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আলোচনা কৰা হয় ৷
Mg Tilak Doley
Mg shan Do:ny panging