গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা - Goalpara Anchalik Students' Union

  • Home
  • India
  • Goalpara
  • গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা - Goalpara Anchalik Students' Union

গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা - Goalpara Anchalik Students' Union Official Handle of Goalpara Regional AASU

AASU is the abbreviated name of the All Assam Students' Union (সদৌ অসম ছাত্র সন্থা) It is one of the oldest Student and Youth organizations in the country having roots in the Pre-Independence period.

সদৌটি ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
24/04/2026

সদৌটি ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ।ঈদ মোবাৰক 🤲
21/03/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ
পৱিত্ৰ ঈদ-উল-ফিটৰৰ
আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ।
ঈদ মোবাৰক 🤲

শুভাষা ❤️
09/02/2026

শুভাষা ❤️

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা  জনালোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে ক...
01/01/2026

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। নতুন আশাৰে,নতুন উদ্দীপনাৰে সকলোৰে বাবে বছৰটো ভাল হঁওক।

পুণ্য তিথিত গোৱালপৰীয়া  লোকগীতৰ সম্ৰাজ্ঞীলৈ সশ্ৰদ্ধ প্ৰণাম🙏
27/12/2025

পুণ্য তিথিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীলৈ সশ্ৰদ্ধ প্ৰণাম🙏

পবিত্ৰ বৰদিনৰ শুভেচ্ছাৰে 🌲☃️
25/12/2025

পবিত্ৰ বৰদিনৰ শুভেচ্ছাৰে 🌲☃️

১৯১৬ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক লতাশিল খেলপথাৰত চন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে ছাত্ৰ সমাজৰ উদ্যোগত আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰ...
25/12/2025

১৯১৬ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক লতাশিল খেলপথাৰত চন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে ছাত্ৰ সমাজৰ উদ্যোগত আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত জন্ম লাভ কৰিছিল - অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন 'অসম ছাত্ৰ সন্মিলন'য়ে। পাছৰ সময়ছোৱাত এই 'অসম ছাত্ৰ সন্মিলন'য়েই বাট কাটিছিল 'সদৌ অসম ছাত্ৰ সন্থা'ৰ। সেইবাবেই আজিৰ দিনটো প্ৰত্যেকগৰাকী জাতিটোক ভালপোৱা অসমীয়াৰ বাবে, অসমৰ ছাত্ৰ সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন।

১০৯ বছৰীয়া এই স্বৰ্ণিল যাত্ৰাৰ সৈতে জড়িত প্ৰতিগৰাকী মনীষীলৈ আজি এই পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা যাচিলোঁ।

।।জয় আই অসম।।

"মোৰ হিয়া থাকিব তোমাৰেনো লগতে..."অসমৰ নাইটিংগেল ,কোকিলকন্ঠী গায়িকা দীপালী বৰঠাকুৰ বাইদেউক তেখেতৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্...
21/12/2025

"মোৰ হিয়া থাকিব তোমাৰেনো লগতে..."

অসমৰ নাইটিংগেল ,কোকিলকন্ঠী গায়িকা দীপালী বৰঠাকুৰ বাইদেউক তেখেতৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ।🙏

কা আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
12/12/2025

কা আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।

শ্বহীদ প্ৰণামো তোমাক
12/12/2025

শ্বহীদ প্ৰণামো তোমাক

গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয় আছু গোটৰ সহযোগতশ্বহীদ দিৱস উদযাপন ২০২৫স্থানঃ গোৱালপাৰা ...
10/12/2025

গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয় আছু গোটৰ সহযোগত
শ্বহীদ দিৱস উদযাপন ২০২৫

স্থানঃ গোৱালপাৰা মহাবিদ্যালয় শ্বহীদ বেদী

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰশ্নৱান প্ৰতিযোগিতা ও অনুস্থিত কৰা হয়।

উক্ত প্ৰতিযোগিতাখনিত
প্ৰথম স্থানঃ মহাত্মা গান্ধী ছিনিয়ৰ চেকেণ্ডাৰী স্কুল।
দ্বিতীয় স্থানঃ ব্ৰুকফিল্ড ছিনিয়ৰ চেকেণ্ডাৰী স্কুল।
তৃতীয় স্থানঃ কল্পনা চাওলা মেমৰিয়েল একডেমীয়ে
লাভ কৰে তিনিওখন শিক্ষানুষ্ঠানৰ বিজয়ী প্ৰতিযোগীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক ছাত্ৰ সন্থাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।

Address

Office Of The Goalpara Regional AASU
Goalpara
783101

Alerts

Be the first to know and let us send you an email when গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা - Goalpara Anchalik Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা - Goalpara Anchalik Students' Union:

Share