Mrigashree Sarma

Mrigashree Sarma Jai Aai Axom

অসমৰ সংবাদ ক্ষেত্ৰৰ পিতামহ স্বৰূপ দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা দেৱৰ মৃত্য...
15/12/2025

অসমৰ সংবাদ ক্ষেত্ৰৰ পিতামহ স্বৰূপ দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ সংবাদ জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে।সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱৰ দ্বিতীয় পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱে দ্যা আছাম ট্ৰিবিউনৰ জৰিয়তে সংবাদ মাধ্যমৰ ধাৰাটো অধিক শক্তিশালী কৰি গৈছে।মহীৰূষৰ মৃত্যুৱে কেৱল সংবাদ জগততে নহয় সমগ্ৰ অসমীয়া সমাজ জীৱনক শোকৰ ছাঁ পেলাই থৈ গ’ল। তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে এক অভাৱনীয় ক্ষতি। এনে এজন মহান ব্যক্তিৰ মৃত্যুত তেখেতৰ পৰিয়ালবৰ্গলৈ সমৱেদনা জ্ঞাপন কৰিলোঁ লগতে বৰুৱাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

অসমৰ সংবাদ ক্ষেত্ৰৰ পিতামহ স্বৰূপ দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা দেৱৰ মৃত্য...
15/12/2025

অসমৰ সংবাদ ক্ষেত্ৰৰ পিতামহ স্বৰূপ দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ সংবাদ জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে।সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱৰ দ্বিতীয় পুত্ৰ ৰাধাগোবিন্দ বৰুৱাদেৱৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱে দ্যা আছাম ট্ৰিবিউনৰ জৰিয়তে সংবাদ মাধ্যমৰ ধাৰাটো অধিক শক্তিশালী কৰি গৈছে।মহীৰূষৰ মৃত্যুৱে কেৱল সংবাদ জগততে নহয় সমগ্ৰ অসমীয়া সমাজ জীৱনক শোকৰ ছাঁ পেলাই থৈ গ’ল। তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে এক অভাৱনীয় ক্ষতি। এনে এজন মহান ব্যক্তিৰ মৃত্যুত তেখেতৰ পৰিয়ালবৰ্গলৈ সমৱেদনা জ্ঞাপন কৰিলোঁ লগতে বৰুৱাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Address

RGB Road
Guwahati
781021

Website

Alerts

Be the first to know and let us send you an email when Mrigashree Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share