Arya Vidyapeeth College NSUI Unit

Arya Vidyapeeth College NSUI Unit NSUI | Arya Vidyapeeth College
Student voice • Youth power • Social change

27/04/2026

প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগী-লৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হিয়া বৰকটকী ডাঙৰীয়ানী-লৈ আমাৰ তৰফৰ পৰা ধন‍্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো!

Junaid Hussain
NSUI Assam

আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত 'বিহুনাচ প্ৰতিযোগিতা'। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ আমি আন্তৰিকতা...
18/04/2026

আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত 'বিহুনাচ প্ৰতিযোগিতা'। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো সমস‍্যা সমাধানৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা এন.এছ.ইউ.আইৰ ৫৬সংখ‍্যক প্ৰতিষ্ঠা দিৱসৰ আটাইলৈ...
09/04/2026

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো সমস‍্যা সমাধানৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা এন.এছ.ইউ.আইৰ ৫৬সংখ‍্যক প্ৰতিষ্ঠা দিৱসৰ আটাইলৈ শুভকামনা।

Wishing everyone a very Happy NSUI Foundation Day! It's a celebration of voices, dreams, and the spirit of student unity.

Long Live NSUI!

The UG Admission Help Desk is live! Students seeking admission in our college do scan the Qr Code & Join the group for a...
30/03/2026

The UG Admission Help Desk is live! Students seeking admission in our college do scan the Qr Code & Join the group for all info.

The HS Admission Help Desk is live! Students seeking admission in our college do scan the Qr Code & Join the group for a...
30/03/2026

The HS Admission Help Desk is live! Students seeking admission in our college do scan the Qr Code & Join the group for all info.

আমাৰ কামৰ চানেকী..এই যাত্ৰাৰ শেষ ক'ত আমি নাজানো; আমি কৰ্ম কৰি যাম, আৰ্য‍্যৰ বাবে আগুৱাম!
11/03/2026

আমাৰ কামৰ চানেকী..
এই যাত্ৰাৰ শেষ ক'ত আমি নাজানো; আমি কৰ্ম কৰি যাম, আৰ্য‍্যৰ বাবে আগুৱাম!

আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হোৱা 'সংগীত প্ৰতিযোগি...
09/03/2026

আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হোৱা 'সংগীত প্ৰতিযোগিতা'ৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

03/03/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰী সুস্মিতা চক্ৰবৰ্তীৰ এক পথ দুৰ্ঘটনাত মৃত‍্যু হোৱাৰ খবৰে আমাক মৰ্মাহত কৰিছে। ছাত্ৰী গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিলৈ আমাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।

তেখেতৰ পৰিয়ালক এই দুখ সহিবলৈ ঈশ্বৰে সাহস দিয়ক!

শত-সহস্ৰৰ আৱেগ, সপোন আৰু গৌৰৱ; বকুল নগৰী - আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়।
27/02/2026

শত-সহস্ৰৰ আৱেগ, সপোন আৰু গৌৰৱ; বকুল নগৰী - আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়।

আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী 'সংগীত প্ৰতিযোগিতা'। আগ্ৰহী ছাত্ৰ-ছ...
25/02/2026

আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় NSUI গোটৰ উদ‍্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী 'সংগীত প্ৰতিযোগিতা'। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিলোঁ।

Address

Arya Vidyapeeth College
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Arya Vidyapeeth College NSUI Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share